চ’ৰাঘৰ / Admin (পৃষ্ঠা 5)

Admin

অসমত বিজেপিৰ উত্থানৰ ইতিহাস আৰু প্ৰচাৰ কৌশল ( সমুদ্ৰ শংখ গগৈ )

এই লিখনিৰ দ্বাৰা মই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক গালি পাৰি আঁতৰাই দিয়াৰ দিশ দেখুৱাব বিচৰা নাই। সেই কামটো লোকতান্ত্ৰিক ব্যৱস্থাই সময় মতে কৰি আহিছে আৰু কৰি যাব। ইতিহাস ইয়াৰ সাক্ষী। কথাটো হ’ল, ভাৰতৰ এই গণতান্ত্ৰিক ব্যৱস্থাৰ …

সম্পূৰ্ণকৈ পঢ়ক

অসমৰ লোক সংস্কৃতি আৰু ধৰ্মীয় সম্প্ৰীতি ( মঞ্জিতা শইকীয়া )

সংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী সুঁতি। সংস্কৃতি পদটো সংস্কাৰৰ লগত জড়িত, যাৰ সংস্কাৰ হৈছে সেয়ে সংস্কৃতি। সংস্কৃতি শব্দই জনপ্ৰিয়তা পোৱাৰ আগতে কৃষ্টি শব্দ ব্যৱহাৰ হৈছিল। কৃষ্টি শব্দ ইংৰাজী culture শব্দৰ সমপৰ্যায়ৰ। নৃতত্ববিদ এডৱাৰ্ড বাৰ্নেট …

সম্পূৰ্ণকৈ পঢ়ক

কৌস্তুভমণি শইকীয়াৰ কবিতা

চৈধ্য আগষ্টত মোৰ হিয়া ভাগে পোন্ধৰ আগষ্ট মোৰ আটাইতকৈ বিষণ্ণ দিন আঠষষ্ঠি বছৰে মই বহন কৰিছোঁ এই কলুষিত সোঁৱৰণি সিন্ধু গংগা লুইতৰ পাৰে পাৰে পৰুৱাই পোৱা অভিশপ্ত গতি পহিলাতে স্বাধীনতাৰ পাশাখেলত আয়ে হেৰুৱালে আত্মা ধৰ্ম …

সম্পূৰ্ণকৈ পঢ়ক

দয়ালকৰণ অভিযান ! ( চেমবাচ গগই )

প্ৰথমতে শুনিলো, অসমত কেইখনমান আদৰ্শ চৰকাৰী মহাবিদ্যালয় স্থাপন হ’ব৷ সংখ্যাটো দহ নে বাৰ হ’ব বুলি শুনা গৈছিল৷ মাজতে শুনিলো যে মুঠ বাইশখন আদৰ্শ মহাবিদ্যালয় হ’ব৷ ইতিমধ্যে পাঁচখন স্থাপন হৈয়ে গ’ল৷ শেহতীয়া খবৰ মতে ৰাজ্যখনত বাইশখনৰো …

সম্পূৰ্ণকৈ পঢ়ক

সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু নাৰী সমাজ ( গীতালী বৰপাত্ৰগোঁহাই )

“মহিলা সমাজ এখন আৰ এছ এছৰ প্ৰধান টাৰ্গেট” – এই কথাষাৰি গৌতম ৰয় নামৰ পশ্চিমবংগৰ এজন লেখকে এটা ব্লগত লিখা কথা। ৰয়ে লিখিছে যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ ম্যাদ তিনিবছৰ অতিক্ৰম হোৱাৰ সময়ত আৰ এছ …

সম্পূৰ্ণকৈ পঢ়ক

বিকল্প ৰাজনীতিৰ প্ৰসংগত ( জিতেন বেজবৰুৱা )

এতিয়া আৰএছএছ-বিজেপিৰ ৰাজনীতিৰ সমালোচনা কৰিলেই বিকল্পৰ প্ৰশ্নটো আহি পৰে। আমি লেখা-মেলা কৰোতে বহু সময়ত প্ৰশ্নৰ সন্মুখীন হওঁ, বিকল্প ৰাজনীতিৰ কথাটো স্পষ্টভাৱে আলোচনা কিয় কৰা নাই বুলি। আচলতে বিকল্প ৰাজনীতিৰ কথাহে আমি ক’ব বিচাৰো, বিকল্প ৰাজনৈতিক …

সম্পূৰ্ণকৈ পঢ়ক

বানান বিভ্ৰাট ( ডঃ ছবি )

আমাৰ সাধাৰণতে দুটামান খুব সঘনাই হৈ থকা বানান বিসংগতি আছে । কেতিয়াবা অন্তৰ্নিহিত কাৰণটো পাহৰি বা কেতিয়াবা অসাৱধানতাবশতঃ এনে বিসংগতি হয় । এই লিখনিত দুটামান উল্লেখ কৰিলোঁ। ১. খায়/খাই কৰ্তা, কৰ্ম, ক্ৰিয়া, অব্যয় ,…. এইবোৰ …

সম্পূৰ্ণকৈ পঢ়ক

অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি: এক ঐতিহাসিক বিচাৰ ( সৌৰভ শইকীয়া )

খৃষ্ট্ৰীয় চতুৰ্থ শতিকামানৰ পৰাহে অসমৰ প্ৰামাণ্য ইতিহাস পোৱা যায়। তাৰ আগৰ ইতিহাস মানে মুখে মুখে চলি অহা আখ্যান। গতিকে আমাৰ আলোচনাৰ পৰিধিও চতুৰ্থ শতিকাৰ পৰাহে আৰম্ভ হ’ব। অসমীয়া সমাজ সদায় এখন শুদ্ধ অনাৰ্য সমাজ আছিল। …

সম্পূৰ্ণকৈ পঢ়ক