চ’ৰাঘৰ / Admin (পৃষ্ঠা 4)

Admin

অপ্ৰিয় হোৱাৰ যুক্তি : অধ্যাপকৰ দৰমহা ( ডঃ দীনেশ বৈশ্য )

মোৰ এজন প্ৰাক্তন ছাত্ৰ মোৰ ভাল বন্ধু আছিল। বেছ কিছুদিন ধৰি তেওঁৰ সৈতে সম্পৰ্ক নোহোৱা হ’ল। আৰু এদিন এজনে মোক ক’লে, অমুকে আপোনাক আজিকালি বৰ বেয়া পায়। আপোনাৰ বিষয়ে বৰ বেয়া মন্তব্য দিয়া শুনিলো। তেওঁৰ …

সম্পূৰ্ণকৈ পঢ়ক

আচল শত্ৰু হ’ল হিন্দু জাতীয়তাবাদীসকল ( জিতেন বেজবৰুৱা)

চিলাপথাৰৰ ঘটনাটোৰ পাছত এইবাৰ নগাঁৱতো কিছু দাম্ভিক বঙালী লোকে অসমীয়া লোকৰ ওপৰত আক্ৰমণ কৰিলে৷ ইতিমধ্যে প্ৰমাণ পোৱা গৈছে যে এই লোকসকলৰ এনে শক্তি-দাম্ভিকতাৰ আঁৰত আৰ এছ এছ-বিজেপিৰ অনুপ্ৰেৰণা আছে৷ শাসনলৈ অহাৰ পাছৰপৰাই বিজেপিয়ে হিন্দু জাতীয়তাবাদী …

সম্পূৰ্ণকৈ পঢ়ক

মুখ ( অনিতা গগৈ )

  ( ‘অচিনা’ৰ কবি অমূল্য বৰুৱাৰ প্রতি শ্রদ্ধাৰে ) . নৈখনৰ পাৰলৈ উঠি আহিলোঁ কি নাহিলোঁ আমাৰ চকুবোৰ ধোঁৱা কোঁৱা . বজাৰত বতাহত হুৱাদুুৱা নেজাল তৰাৰ নেজত ধৰি কোঁ কোৱাই উৰি গৈছে মাংসপিণ্ডবোৰ . নামঘৰত …

সম্পূৰ্ণকৈ পঢ়ক

আহত আৰু নিহতসকলৰ সাধু ( ৰৌচন আৰা বেগম )

এই পৃথিৱীৰ আহত আৰু নিহতসকলে এদিন মর্মাহত হৈ মেল এখনৰ আয়োজন কৰিছিল, আলাই-আথানি দূৰ কৰিবলৈ বুলি দানপাত্রসমূহ ইষ্ট দেৱতাৰ কৰকমলত তুলি দিবলৈকো ঠিক কৰিছিল আৰু কৰণি উপচিপৰা বৰঙণিৰে বোজা পাতলাব বুলি ভাবি শান্তি লভিছিল। যাৰ …

সম্পূৰ্ণকৈ পঢ়ক

সংকটৰ আৱৰ্তত ভাৰত-চীন সম্পৰ্ক ( পাৰ্থপ্ৰতীম বৰকটকী )

ঐতিহাসিক প্ৰেক্ষাপট “ভাৰতবৰ্ষ চীন দেশৰ মিত্ৰ। এই মিত্ৰতা হাজাৰ বছৰ আৰু তাৰ আগৰ। আৰু আমি বিশ্বাস কৰোঁ, এই মিত্ৰতা অনাগত এহেজাৰ, দহ হাজাৰ বছৰলৈ চলি থাকিব। চীনৰ জনতাৰ শত্ৰুৰ অৱস্থান পূৰ্ব দিশত-টাইৱান, দক্ষিণ কোৰিয়া, জাপান, …

সম্পূৰ্ণকৈ পঢ়ক

গঁড় হত্যা, অসমীয়া জাতীয়তাবাদ আৰু বিজেপিৰ চতুৰালি ( ৰূপম সিন্ধু কলিতা )

কিছুদিনৰ আগতে বিবিচিৰ তথ্যচিত্ৰ খনক কেব্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কই অসমীয়া জাতি আৰু অসমত পোৱা কিছুমান জীৱ-জন্তুৰ মাজৰ আন্তঃসম্পৰ্কৰ ধাৰণাৰ বিষয়ে ভৱাৰ সুযোগ দিছিল। কিলিং ফৰ কঞ্জাৰভেছন নামৰ তথ্যচিত্ৰ খনৰ প্ৰাৰম্ভিক প্ৰবন্ধ ” Kaziranga The …

সম্পূৰ্ণকৈ পঢ়ক

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’-পাঁচ ( গীতালী বৰপাত্ৰগোঁহাই)

(যোৱা সংখ্যাৰ পাছৰ পৰা) নাৰীবাদৰ দ্বিতীয় লহৰৰ উত্থানৰ সময়ত পশ্চিমৰ সমসাময়িকভাৱে ভাৰতবৰ্ষটো চৰ্চিত যৌনতাকেন্দ্ৰিক বিতৰ্কসমূহৰ পাৰ্থক্য হ’ল, যিসময়ত যৌনতা কেন্দ্ৰিক বিতৰ্ক সমূহ পশ্চিমত সংঘটিত হৈছিল, সেই সময়ত তাৰ নাৰীবাদীসকলে দুটা পক্ষত স্পষ্টভাৱে ভূমিকা লৈছিল। ৰেডিকেল …

সম্পূৰ্ণকৈ পঢ়ক

পৰম্পৰাৰ বৈচিত্ৰ্য বনাম ব্ৰাহ্মণ পৰম্পৰা ( দিশাঙ্ক গগৈ)

ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ। সংগীত, খাদ্য, বস্ত্ৰৰ পৰা আৰম্ভ কৰি গীত-নৃত্যলৈকে বিভিন্ন ধৰণৰ পৰম্পৰা ভাৰতত বিয়পি আছে। ৰবাৰ্ট ৰেডফিল্ড নামৰ এগৰাকী বিশিষ্ট সমাজবৈজ্ঞানিকৰ ভাষাত এই পৰম্পৰাৰ সমহাৰক দুভাগত ভগাব পাৰি,- ক্ষুদ্ৰ পৰম্পৰা আৰু বৃহৎ পৰম্পৰা। …

সম্পূৰ্ণকৈ পঢ়ক