চ’ৰাঘৰ / Admin (পৃষ্ঠা 38)

Admin

গঁড় (ঘনশ্যাম ৰাজবংশী)

সকলোয়ে জানে গঁড় অসমৰ জাতীয় সম্পদ । বিশ্বত পোৱা গঁড়ৰ সংখ্যা বিশেষকৈ এশিঙীয়া গঁড়ৰ ৭৫ শতাংশ অসমতে আছে । এবাৰ বৃটিছ ভায়চৰয়জ লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক লগত লৈ কাজিৰঙা চাবলৈ আহিছিল পশু সন্ধানক ( animal …

সম্পূৰ্ণকৈ পঢ়ক

সত্তৰ আশী ভৱিষ্যৎ ইত্যাদি (দেৱব্ৰত দাস)

ৰৈ ৰৈ ৰাস্তাৰে গধুৰ বুটৰ শব্দ গেৰেপ গেৰেপকৈ পাৰ হৈ যায়। নহ’লে ৰাস্তাটো নিজম-নিজান। চহৰত এতিয়া কাৰ্ফিউ। পৰহি ৰাতিৰ ভীষণ গণ্ডগোলটোৰ পাছৰেপৰা অথৰিটিৰ নিৰ্দেশমতে চহৰত এতিয়া চি আৰ পি আৰ্মিৰ শাসন। নাগৰিকৰ দৈনন্দিন কাৰ্যসূচী বিপন্ন। …

সম্পূৰ্ণকৈ পঢ়ক

মাইহাং বাটিৰ সোৱাদ পানী উভৈনদী ক’ত? (চেমবাচ গগই)

দৃশ্যপটত এখন বিশেষ বিপণী৷ অৱশ্যে আজিকালি এইবিধ বিপণী সমগ্ৰ ৰাজ্যতে সহজলভ্য৷ যিখন বিপণীৰ কথা উল্লেখ কৰিছো, সেইখন হৈছে গুৱাহাটীৰ এক ব্যস্ত এলেকাৰ৷ সেই এলেকাটোত সৰু-ডাঙৰ বিভিন্ন সামগ্ৰীৰ অসংখ্য বিপণীৰ লগতে আছে এখন চৰকাৰী উচ্চতৰ মাধ্যমিক …

সম্পূৰ্ণকৈ পঢ়ক