চ’ৰাঘৰ / Admin (পৃষ্ঠা 30)

Admin

ভীমবৰ দেউৰীৰ অভিভাষণৰ নিৰ্বাচিত অংশ

(১৯৪১ চনৰ ৮ নৱেম্বৰ তাৰিখে মটক লীগৰ চাবুৱা সন্মিলনৰ সভাপতি অভিভাষণৰ নিৰ্বাচিত অংশ) মানুহৰ পিয়ল ভৱিষ্যৎ শাসন তন্ত্ৰঃ আপোনালোকক ১৯৪১ চনৰ মানুহ পিয়লত সুকীয়া সম্প্ৰদায় বা জাতি হিচাবে দেখুওৱালেই যে আপোনালোকে ৰজাঘৰত সুকীয়া সুবিধাবিলাকৰ গৰাকী …

সম্পূৰ্ণকৈ পঢ়ক

অতি সাম্প্ৰতিক অসমীয়া কবিতা ( অজিৎ কলিতা )

সাম্প্ৰতিক অসমীয়া কবিতাই ৰূপবস্তু, ভাববস্তু আৰু বিষয়বস্তু– তিনিওটা ক্ষেত্ৰতে বৈচিত্ৰ্য লাভ কৰি অসমীয়া সাহিত্য-ভড়ালক সমৃদ্ধিশালী কৰি তুলিছে৷ এই কথাখিনি বিচাৰ কৰি চাবলৈ আমি নগেন শইকীয়া, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, আনিচ উজ জামান, অনুভৱ তুলসী, জীৱন …

সম্পূৰ্ণকৈ পঢ়ক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

( যোৱা সংখ্যাৰ পাছৰ পৰা) কোম্পানীৰ আগমনত পোনতে অসমৰ সৰ্বসাধাৰণে স্বস্তিৰ নিশ্বাস কাঢ়িলেও কম দিনৰ ভিতৰতে কোম্পানীৰ অমানৱীয় শাসন-শোষণৰ কেকোঁৰা চেপাত তেওঁলোক বিদ্ৰোহী হৈ উঠিছিল৷ কোম্পানীৰ সেই খাজনা শোষণৰ প্ৰতিবাদত খাটিখোৱা কৃষকসকলে অসমৰ ঠায়ে ঠায়ে …

সম্পূৰ্ণকৈ পঢ়ক

বনভোজৰ আনন্দ ( আইলুং লাহন বৰা )

হেমন্তৰ সেমেকা কুঁৱলিৰ আচ্ছাদনৰ আঁৰেৰে লাহে লাহে ধৰালৈ নামি আহিছে শীত৷ শীত এক উন্মনা পৰশ – নিজা বৈশিষ্ট্যৰ স্বকীয়তাৰে ভৰুণ শীতৰ আগমনৰ লগে লগে আৰম্ভ হয় এটা বছৰক বিদায় দি আন এটা বছৰক আদৰাৰ প্ৰস্তুতি৷ …

সম্পূৰ্ণকৈ পঢ়ক

অতিথি সম্পাদকৰ কলম (প্ৰাঞ্জল দেউৰী )

“হিন্দু মহা-সভাৰ পক্ষৰ পৰা ভাৰতৰ আন প্ৰদেশত প্ৰচাৰ কৰি জাকে জাকে বিদেশী হিন্দু মানুহ আনি অসমৰ খালি মাটিবিলাকত ভৰাই দিয়া হওক বুলি প্ৰস্তাৱ কৰা হৈছে।ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে ১৯৩৮ চনৰ পহিলা জানুৱাৰী পাছত অহা …

সম্পূৰ্ণকৈ পঢ়ক

ফিটা ছিঙা হাৱাই চেণ্ডেলযোৰ আৰু এটা শেষ নোহোৱা গল্প ( জুৰি বৰুৱা )

এই যাত্ৰা বৰ আমোদজনক নহবও পাৰে । অথচ এই যাত্ৰাতে আমি সহস্ৰবাৰ চিঞৰো । এই যাত্ৰা গৈ থকা মানুহৰ ভৰিৰ ঘামেৰে ভিঁজি থাকে। এই যাত্ৰাত কোনো চৰ্তৰ প্ৰতিলিপি নাই । এই এটা মাত্র যাত্ৰাৰে আমি …

সম্পূৰ্ণকৈ পঢ়ক

জননেতা ভীমবৰ দেউৰীৰ দূৰদৃষ্টি ( উদয়াদিত্য ভৰালী )

মানুহ মাথোন “সামাজিক জীৱ”ই নহয়, লগতে ‘‘ৰাজনৈতিক জীৱ”ও৷ সমাজ নোহোৱাকৈ মানুহ যেনেকৈ চলিব নোৱাৰে, তেনেকৈয়ে ৰাজনীতিহীন সমাজো থাকিব নোৱাৰে৷ সমাজৰ চৰিত্ৰ গণকল্যাণমুখী নহ’লে সেই সমাজৰ সাধাৰণ ৰাইজৰ জীৱন সমৃদ্ধিময়, শান্তিময়, প্ৰগতিময় হোৱটো সম্ভৱ নহয় আৰু …

সম্পূৰ্ণকৈ পঢ়ক

আঘোণৰ পথাৰত ( জ্যোৎস্না ৰাজখোৱা শৰ্মা )

আঘোণৰ পথাৰত ডাঙৰী বন্ধাৰ চলেৰে কিয় চাইছিলি চকুলৈ ? হাতখন কাঁচিয়ে কাটিলে ! ৰবাব টঙাৰ সোৱাদ জিভাত লাগোতেই বেলিটো পাহাৰত লুকালে !! লেচেৰি বোটলাৰ লগ আছিলি তই ডাৱৰত ছবি অঁকাৰো লগ আঘোণৰ পথাৰতেই কথা দিছিলি …

সম্পূৰ্ণকৈ পঢ়ক