চ’ৰাঘৰ / Admin (পৃষ্ঠা 3)

Admin

কাহিনী এটা শুন ধনপোনা… ( নীলোৎপল বৰুৱা )

..ভোট জলকীয়া গছ কেইজোপাৰ ফালে ধনুখন ভিৰাই ৰৈ আছে দুলেন হাজৰিকা! কানিমুনি সন্ধ্যা। অলপ পাছতে চোৰে চৰ মাৰিলেও নেদেখা আন্ধাৰ হ’ব। এইখিনিয়েই সময়। ধনুখনৰ গুণ ডাল আৰু অলপ জোৰে টানি হাজৰিকা পোন হৈ ৰৈ থাকিল। …

সম্পূৰ্ণকৈ পঢ়ক

গো-মাংস দলিওৱা ‘দুষ্কৃতিকাৰী’বোৰ কোন? ( জিতেন বেজবৰুৱা )

সৰুতে পাঠ্যপুথিত পঢ়িবলৈ পাইছিলো যে নাথুৰাম গডছে নামৰ ‘এজন আততায়ী’য়ে গান্ধীজীক গুলি কৰি হত্যা কৰিছিল৷ এই ‘আততায়ী’ বস্তুটোনো কি তেতিয়া বুজিব পৰা নাছিলো৷ বহু দিন পাছতহে বুজি পাইছিলো যে গডছে বোলাজন এজন হিন্দু জাতীয়তাবাদী সন্ত্ৰাসবাদী …

সম্পূৰ্ণকৈ পঢ়ক

সাধু , তিনিটা সাধু ( ভাৰ্গৱজ্যোতি বৰা )

অ’ই চা আজি জাকুৱা সীমান্তত কি উৰিছে কি উৰিছে চিলা চিলনী আৰু পাতিহাঁহৰ পাখিত ৰৈ ৰৈ ৰজনজনাই ৰাতিৰ ঢেকীয়াপতীয়া ৰাতি ঢেকীয়াপতীয়া হুদুমদেও সন্ধিয়া আজি হৰলাঙৰ বাতি আজি বাতি কঁপিছে আজি মাটি কঁপিছে আজি তোৰ ভৰিৰ …

সম্পূৰ্ণকৈ পঢ়ক

ছাত্ৰ, শিক্ষক, পাঠ্যক্ৰম আৰু বৰ্তমান সময় ( ডঃ স্মৃতিৰেখা চেতিয়া সন্দিকৈ )

পঢ়াই পঢ়ে ৰুৱে পাণ– এই তিনিয়ে নিশ্চিন্তে আন৷ যাৰ যি বৃত্তি সেয়া সুচাৰুৰূপে নিয়াৰিকৈ পালন কৰিব লাগে৷ কষ্টৰ ফল সদায় মিঠা হয়৷ যি গছৰ পুলি ৰুৱে সেই গছৰে ফল দিয়ে৷ ফলাফল আশা নকৰাকৈও কৰ্তব্য যেতিয়া …

সম্পূৰ্ণকৈ পঢ়ক

জুবিন প্ৰতিভাৰ এক সমাজতাত্ত্বিক মূল্যায়ন ( টুনুজ্যোতি গগৈ )

অসমৰ সংগীত ৰসিকসকলৰ বাবে ৱেষ্ট ইণ্ডিজৰ অন্যতম দ্বীপৰাষ্ট্ৰ জামাইকাৰ অসাধাৰণ সংগীত প্ৰতিভা ৰৰ্বাট মাৰ্লে বা বব মাৰ্লে এক পৰিচিত নাম৷ পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰচাৰ মধ্যেমে মাৰ্লেক এগৰাকী প্ৰভাৱশালী গায়ক, গীতিকাৰ আৰু সংগীত পৰিচালক বুলি স্বীকৃতি …

সম্পূৰ্ণকৈ পঢ়ক

জ্ঞানেন্দ্ৰ বৰকাকতিৰ শিল্পকৰ্ম

ছবিবোৰ ডাঙৰকৈ চাবলৈ ছবিখনত ক্লিক কৰক…

সম্পূৰ্ণকৈ পঢ়ক

একাদশ সংখ্যাৰ অতিথি সম্পাদকৰ কলম

বৌদ্ধিক বিচাৰ আলোচনীৰ একাদশ সংখ্যাৰ সামগ্ৰিক বিষয় হ’ল–“অসমত সাম্প্ৰদায়িকতাবাদ”। প্ৰতিখন ঠাইৰেই নিজস্ব বৈশিষ্ট্য থাকে। অসমৰো আছে। বাগড়ম্বাৰৰ পৰ্যায়ত ক’লেও অসম “শংকৰ- আজানৰ সমন্বয়”ৰ ভূমি বুলি কোৱা হয়। এই কথা মিছা নহয়। অসমৰ ইতিহাস সন্বয়ৰেই ইতিহাস। …

সম্পূৰ্ণকৈ পঢ়ক

কিছুদিনৰ পৰা চকুৰ অসুখত ভুগিছোঁ ( ৰন্ জন্ কুমাৰ ৰেগন )

  আপুনি কয় এয়াই জাতি, মই আকৌ দেখোঁ হিন্দু বাংলাদেশী। আপুনি কয় এয়াই মাটি, মই আকৌ দেখোঁ চপৰা চপৰে খহা গৰা, খহনীয়া, মৃত আৰু মুমূৰ্ষু মথাউৰি, পট্টাহীন খিলঞ্জীয়া, আৰু আপোনাৰ উচ্ছেদৰ কিৰিলি… আপুনি কয় বোলে …

সম্পূৰ্ণকৈ পঢ়ক