চ’ৰাঘৰ / Admin (পৃষ্ঠা 2)

Admin

তোমাৰ প্ৰিয় ৰঙৰ এজোৰ পোচাক বিচাৰি (লীনা ফুকন গগৈ)

তোমাৰ প্ৰিয় ৰঙৰ এজোৰ পোচাক বিচাৰি চহৰখনৰ ধুনীয়া শ্বপিংমলৰ ভিন্নৰঙী কাপোৰৰ মাজত এদিন আবেলি নিজকে এৰি দিলোঁ খুঁচৰি খুঁচৰি ৰংবোৰলৈ দৃষ্টি এৰিলোঁ কোমলতা অনুভৱ কৰিব খুজি আলফুলে দুহাত বুলালো। আহ, মোৰ যে কি এই হাবিয়াস!! …

সম্পূৰ্ণকৈ পঢ়ক

‘বৌদ্ধিক বিচাৰ’ৰ এবছৰ ( প্ৰাণজ্যোতি নাথ )

ইণ্টাৰনেট সেৱাৰ দ্ৰুত প্ৰসাৰৰ সমান্তৰালকৈ বিকশিত হোৱা এটি নব্য গণ মাধ্যম হ’ল অনলাইন কাকত আৰু আলোচনীসমূহ। হাতৰ মুঠিতে কঢ়িয়াব পৰা স্মাৰ্ট ফ’নটোৱে ভূমিকা গ্ৰহণ কৰিছে, এই কাকত-আলোচনীসমূহৰ দ্ৰুত প্ৰচাৰ আৰু প্ৰসাৰত। জনপ্ৰিয় তথা সৰ্বাধিক বিক্ৰী …

সম্পূৰ্ণকৈ পঢ়ক

ৰাজস্থানত কৃষক সভাৰ আন্দোলনে ৰূপ ল’লে বৃহৎ গণ আন্দোলনৰ ( মূলঃ নেহা মিশ্ৰ, অনুবাদঃ ভৱেশ নাথ)

ৰাজস্থানৰ চিকৰত সংঘটিত হৈ থকা জংগী কৃষক আন্দোলনে সমাজৰ সকলো অংশৰ জনসাধাৰণৰ পৰা সমৰ্থন পাবলৈ সক্ষম হৈছে। পূৰ্বৰে পৰা ৰাজস্থানৰ চিকৰ জিলা বিভিন্ন সময়ত বিভিন্ন গণ আন্দোলন সংঘটিত হোৱাৰ ঐতিহ্যৰে মহিমামণ্ডিত। কিন্তু শেহতীয়াভাবে যি হৈ …

সম্পূৰ্ণকৈ পঢ়ক

এক ভিন্ন অগ্নিপৰীক্ষা ( লীনা শৰ্মা )

মোৰ এগৰাকী বান্ধৱীৰ আজিকালি বৰ দুখ। তাইৰ মাল্টিনেচনেল কোম্পানীত কাম কৰা ছোৱালীৰ বিয়াত বহাৰ হেনো মুঠেও ইচ্ছা নাই। “চা, সাতাইশ বছৰ হ’লহি। এতিয়া আঠাইশো হ’বহি৷” “সাতাইশ ? পানী- কেঁচুৱা। আজিকালি ত্ৰিশ অতিক্রম নকৰালৈকে বিয়াত কোনো …

সম্পূৰ্ণকৈ পঢ়ক

ম্যানমাৰৰ ৰোহিংগীয়া আৰু অসমৰ মুছলমান বিধায়ক ( জমিৰউদ্দিন তালুকদাৰ )

(১) ম্যানমাৰৰ ৰাখাইন প্ৰদেশত বাস কৰা ৰোহিংগীয়া মুছলমানসকলৰ ওপৰত বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ এই আক্ৰমণত ইতিমধ্যে ৰাখাইন প্ৰদেশত বাস কৰা দুই লাখৰো অধিক মুছলমানে প্ৰাণ লৈ চুবুৰীয়া দেশলৈ পলায়ন কৰিছে৷ ৰাষ্ট্ৰসংঘৰ এক তথ্যৰ …

সম্পূৰ্ণকৈ পঢ়ক

মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ( ড: ভূপেন হাজৰিকা )

সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী হোৱাৰ কোনো আশা বা সপোন মোৰ কোনো কাহানিও নাই। মই পলিটিকেল চাইন্সত এম. এ. পাছ কৰিছো ৰাজনীতি জানিবৰ কাৰণে। তাৰ পাছত বিধান সভাৰ মজিয়ালৈ সোমাইছোঁ। অল ইণ্ডিয়া …

সম্পূৰ্ণকৈ পঢ়ক

নৈৰাজ্যবাদ আৰু নৱ প্রজন্ম ( পাৰ্থপ্ৰতীম বৰকটকী)

I was never aware of any other option but to question everything.”– Noam Chomsky স্বাধীনতা এক বিমূৰ্ত দাৰ্শনিক ধাৰণা নহয়। প্রত্যেকৰে প্রকৃতি-অন্বিত শক্তি, ক্ষমতা আৰু প্রতিভাৰ পূৰ্ণ বিকশৰ বাবে ই এক অত্যাৱশ্যকীয় মজবুত সম্ভাৱনা; যি …

সম্পূৰ্ণকৈ পঢ়ক

জ্ঞানেন্দ্ৰ বৰকাকতীৰ ‘মতা কুকুৰাৰ ডাক’ ( ত্ৰিদিৱ দত্ত )

ডিঙি ফুলাই কুকৰাটোৱে ভৰ দুপৰীয়া ডাক দিছিল, অদ্ভূত এক অট্টহাস্যত নীৰৱতা ভাঙিছিল ক্ষত বিক্ষত শৰীৰ, বিদীৰ্ণ হিয়া। তথাপি সুগভীৰ আত্মবিশ্বাসত থিয় হৈ আছে তাৰ প্ৰতিবাদী সত্তা। জগাই দিয়া জগাই দিয়া। ডাক দিয়া ডাক দিয়া। এটা …

সম্পূৰ্ণকৈ পঢ়ক