চ’ৰাঘৰ / Admin (পৃষ্ঠা 10)

Admin

নাৰীবাদৰ দৃষ্টিৰে যৌনতা- তিনি ( গীতালী বৰপাত্ৰগোহাঁই )

(যোৱা সংখ্যাৰ পাছৰ পৰা) যোৱা সংখ্যাত আমি নাৰীৰ যৌনতাৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজৰ নিয়ন্ত্ৰণ ভংগ কৰিবলৈ আৰু নাৰীৰ যৌনতাৰ প্ৰতি থকা ভয় আঁতৰাবলৈ পৰ্ণগ্ৰাফিক থেৰাপী তথা মাধ্যম হিচাপে গ্ৰহণ কৰা ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলৰ বিষয়ে উল্লেখ কৰিছিলো। …

সম্পূৰ্ণকৈ পঢ়ক

বিষ্ণু ৰাভাৰ কবিতাৰ আভা ( ৰাজীৱ বৰা )

বিষ্ণু ৰাভা ৰচনাৱলীৰ প্ৰথমখণ্ড (ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ)ত সন্নিৱিষ্ট বিভাজিত সাহিত্যিক ৰূপসমূহৰ এটি প্ৰধান ভাগ হ’ল গীত আৰু কবিতা৷ গীত আৰু কবিতাক সংকলকে পৃথক ৰূপত চিহ্নিত নকৰি গীত-কবিতাৰ শিতানত অন্তৰ্ভূক্ত কৰাৰ অন্তৰালত অন্য কিবা উদ্দেশ্য …

সম্পূৰ্ণকৈ পঢ়ক

বিষ্ণু ৰাভাৰ জীৱন লেখা ‘কল্যাণ খৰমান’ আৰু অন্যান্য ( মীনাক্ষী বৰুৱা )

প্ৰতি বছৰে ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনাৰে অসমৰ আকাশ-বতাহ মুখৰিত হৈ উঠে। চৰ্চিত হৈ পৰে গীত, নৃত্যকে আদি কৰি অসমীয়া কলা কৃষ্টিলৈ তেওঁ যোগাই যোৱা অৱদানৰ কথা। পিছে এই উচ্ছ্বাসৰ ঢৌত অচৰ্চিত হৈ …

সম্পূৰ্ণকৈ পঢ়ক

মুক্তি দেউলৰ ৰূপকাৰ বিষ্ণু প্ৰসাদ ৰাভা ( চিন্ময় মাধুৰ্য ডেকা)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ পাছতে বিষ্ণু প্ৰসাদ ৰাভাক অসমৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া হিচাপে অভিহিত কৰিব পাৰি। বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদৰ ৰূপান্তৰৰ আদৰ্শৰ মাজেৰেই অসমক চিৰসুন্দৰ কৰাৰ সংকল্প লৈছিল। তিলক হাজৰিকাৰ ভাষাত ক’বলৈ …

সম্পূৰ্ণকৈ পঢ়ক

অসমীয়া-সমনীয়াৰ পৰা বনুৱা-সমনীয়ালৈ বিষ্ণু ৰাভাৰ বৰ্ণিল যাত্ৰা ( বৰ্ণালী বৰুৱা দাস )

“ৰাভাই নো কি সংস্কৃতি কৰিছিল হে? সংস্কৃতি আৰু কিছুমান অসমীয়া শব্দৰ উৎপত্তি সম্পৰ্কে ৰাভাই অদ্ভূত ব্যাখ্যা দাঙি ধৰিছিল মাথোঁ– তেওঁ য’তে ৰাতি ত’তে কাটি হোৱা মানুহ হে, আমাৰ পিছে ঘৰ বাৰী আছে বাবেই ৰাভাৰ দৰে …

সম্পূৰ্ণকৈ পঢ়ক

বিষ্ণু ৰাভাৰ সান্নিধ্যত ( ভূপেন হাজৰিকা )

( সদৌ অসম ছাত্ৰ সন্থাৰদ্বাৰা আয়োজিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকি দিয়া ভাষণ৷ ওদালগুৰি, ১৯৮৮ চন) বিষ্ণু ৰাভাদেউৰ কথা কৈ থাকিলে শেষ নহয়। তেওঁ অতি আধুনিক মানুহ আছিল। অতি সুন্দৰ বিশ্বপ্ৰেমিক আছিল। …

সম্পূৰ্ণকৈ পঢ়ক

শিকলি ভঙাৰ সাহস ( পঞ্চানন হাজৰিকা )

‘বিপ্লৱৰ অৰ্থ’ শীৰ্ষক ৰচনাত বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল – ‘সামাজিক অবস্থাৰ পৰিবৰ্তনৰ অৰ্থ হৈছে বিপ্লৱ।’ ৰাভা আছিল প্ৰকৃত অৰ্থত বিপ্লৱী, স্থিতাৱস্থা বিৰোধী, পৰিবৰ্তন আকাংক্ষী তথা নতুন দিনৰ প্ৰস্তাৱক।  সেইবাবেই তেওঁ ক’ব পাৰিছিল লোহাৰ শিকলি ভঙাৰ কথা– …

সম্পূৰ্ণকৈ পঢ়ক

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত শ্ৰমিক জীৱনৰ চিত্ৰ (টুনুজ্যোতি গগৈ)

স্বাধীনতা পৰৱৰ্তী কালৰ অসমীয়া উপন্যাস সাহিত্যক নতুন আৰু বৰ্ণাঢ্য বিষয়বস্তুৰে সমৃদ্ধিশালী কৰা ঔপন্যাসিকসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী (১৯৪২-২০১১) অন্যতম৷ গোস্বামীৰ ‘চেনাবৰ সোঁত’ (১৯৭২), ‘নীলকন্ঠ ব্ৰজ’ (১৯৭৬), ‘অহিৰণ’ (১৯৮০), ‘মামৰে ধৰা তৰোৱাল’ (১৯৮০), ‘দঁতাল হাতীৰ উঁয়ে …

সম্পূৰ্ণকৈ পঢ়ক