Admin

সত্য শস্য ( নীলকান্ত শইকীয়া )

বহুতে ভাবে খেতিয়কজন দুৰ্বল শ্ৰম কৰাজন দুৰ্বল কেও কিছু নথকা বিধবা তিৰোতাগৰাকী দুৰ্বল । গাঁও যি ভাল পায় তেওঁ দুৰ্বল মানুহক যি ভাল পায় তেওঁ দুৰ্বল পথাৰক যি ভাল পায় তেওঁ দুৰ্বল। যাক বন্ধুয়ে বিশ্বাসঘাতকতা …

সম্পূৰ্ণকৈ পঢ়ক

নলিনীধৰ ভট্টাচার্যৰ দুটি কবিতা

ইস্তাহাৰ অতীন্দ্ৰিয় প্ৰতিশ্ৰুতি সমূলি বিফল বুজি পাওঁ ইন্দ্রিয়ৰ স্বৰ গোন্ধ পাওঁ নৰকৰ, ধূসৰ মৰুৰ ঘৃণাৰ কাঁইটে বিন্ধে প্ৰেমৰ হৃদয় পদুম ফুলিব ক’ত? ধুমুহাই মোহাৰি পেলাই কপাহী মেঘৰ ৰং প্ৰেমিক পখিলা উৰি জ্বলন্ত অগ্নিত পৰে এয়েতো …

সম্পূৰ্ণকৈ পঢ়ক

অখিল গগৈৰ মুক্তিৰ দাবীত দিল্লীত প্ৰতিবাদ # কাৰাৰুদ্ধ গগৈৰ বাণীবদ্ধ বক্তব্য #

দিল্লী একচন কমিটি ফ’ৰ অসমে কৃষক নেতা অখিল গগৈক অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তথা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৮ ছেপ্তেম্বৰৰ বিয়লি ৩.৩০ বজাৰ পৰা দিল্লীস্থ অসম ভৱনৰ সন্মুখত দিল্লী পুলিচ আৰু …

সম্পূৰ্ণকৈ পঢ়ক

অৱনী চক্ৰৱৰ্তীৰ কবিতা ( অজিত ভৰালী )

অসমীয়া সাহিত্য জগতত নিজাকৈ একোখন আসন দখল কৰিবলৈ সক্ষম হোৱা তিনিজন ব্যক্তিৰ জন্ম হৈছিল, ১৯৪৩ চনত। ব্যক্তিকেইজন কবি-গল্পকাৰ হৰেকৃষ্ণ ডেকা, কবি ৰবীন্দ্ৰ সৰকাৰ আৰু কবি অৱনী চক্ৰৱৰ্তী। ৰবীন্দ্ৰ সৰকাৰ আৰু অৱনী চক্ৰৱৰ্তী এই দুয়োগৰাকী আছিল …

সম্পূৰ্ণকৈ পঢ়ক

জ্ঞান পূজাৰীৰ দুটি কবিতা

ৰেইনকোট আৰু তোমালাোক যিসকল উপজিয়ে জিলিকি উঠিছা জিকমিক চিলা উৰুৱাই কবিতাবোৰে বিচাৰি ফুৰিছে চন্দোৱাৰ আৰু উজুটিত বখলা-বখলে ফাটিছে চামিয়ানা আৰু মই জ্বলি উঠিছিলোঁ জ্বলি আছিলোঁ অঙঠাবোৰৰ পৰা ওলাই আহিছিল ফিৰিঙতিবোৰ মৰিশালিৰ এটুকুৰা কাঠ আধাপোৰা এটুকুৰা …

সম্পূৰ্ণকৈ পঢ়ক

সমীৰ তাঁতীৰ দুটি কবিতা

তোমালোকক মই দেখিছোঁ  তোমালোকক মই দেখিছিলোঁ বধ্যভূমিৰ মাজত প্ৰাচীন শাল গছৰ দৰে নীৰৱ আৰু কঠিন সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে তোমালোকৰ সেই আপোচহীন যুদ্ধ আৰু অতুলনীয় সাহস গোটেই আকাশ জুৰি আৱৰি …

সম্পূৰ্ণকৈ পঢ়ক

দা মিনিষ্ট্ৰি অব্ আটমষ্ট হেপীনেছঃ অৰুন্ধতী ৰয়ৰ দ্বিতীয়খন সাৰ্থক উপন্যাস ( দেৱব্ৰত দাস )

  কিতাপখনৰ শেষৰ পিনে পাঠকে এটা প্রশ্ন আৰু তাৰ উত্তৰ পঢ়িবলৈ পাব। প্ৰশ্নটো হ’ল “How to tell a shattered story”– ইতিমধ্যে ভাগি-ছিগি পৰা সাধু এটা কেনেকৈ বৰ্ণাব পাৰি? লেখকে উত্তৰ দিছে এনেকৈ— By slowly becoming …

সম্পূৰ্ণকৈ পঢ়ক

কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি ( গীতিৰেখা দত্ত )

কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি মোৰ চহৰত এতিয়া শৰতৰ অসময় প্লাষ্টিক অৰ্কিডৰ তোৰাত যিদৰে বসন্ত বাৰমাহে ফুলে বাথৰুমৰ চাৱাৰত যিদৰে বাৰিষাৰ বৰষুণ পৰে সেইদৰে হালধীয়া পৰ্দাবোৰত ৱালৰ বেঙুনীয়াবোৰত কোঠাৰ ভিতৰৰ বন্ধ বতাহত ৰুম ফ্ৰেছনাৰত …

সম্পূৰ্ণকৈ পঢ়ক