Admin DC

সনন্ত তাঁতিৰ তিনিটি কবিতা

মই আকৌ জী উঠিছো অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হোৱাৰ পিচত মই আকৌ জী উঠিছো মোৰ মৃত্যু আৰু জীৱনৰ এই ৰহস্যাবৃত ঘটনাৰ পম খেদি জনৈক সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নতো বিচলিত নহৈ মই আকৌ ৰহস্যৰ আন্ধাৰত বিলীন হৈ …

সম্পূৰ্ণকৈ পঢ়ক

অক্টোবৰ বিপ্লৱ আৰু লেনিনৰ চিঠি ( হেমেন দাস )

(এক) ১৯১৭ চনৰ ২৫ অক্টোবৰ৷ পুৱা ১০ বজাত মহান অক্টোবৰ বিপ্লৱৰ প্ৰধান স্থপতি মহামতি লেনিন পেট্ৰোগ্ৰাদ ছোভিয়েতৰ শ্ৰমিক আৰু সৈন্যৰ ডেপুটিসকলৰ বিপ্লৱী সামৰিক কমিটিৰ হৈ ৰাছিয়াৰ জনসাধাৰণলৈ আগবঢ়োৱা ঘোষণা পত্ৰত উল্লেখ কৰিছিলঃ ‘অস্থায়ী চৰকাৰক ক্ষমতাচ্যুত …

সম্পূৰ্ণকৈ পঢ়ক

অক্টোবৰ বিপ্লৱৰ আন্তৰ্জাতিক পৰিণাম ( ডঃ অপূৰ্ব কুমাৰ বৰুৱা)

অক্টোবৰ বিপ্লৱ বিশ্বৰ ইতিহাসত এক অভূতপূৰ্ব ঘটনা আছিল৷ এই বিপ্লৱ সংঘটিত হোৱাৰ আগতেই কাৰ্ল মাৰ্ক্সে ইতিহাসৰ বিশ্লেষণ কৰি দেখুৱাইছিল যে অতীজৰে পৰা শোষক আৰু শোষিত শ্ৰেণীৰ সৃষ্টি হৈ আহিছে আৰু এই শ্ৰেণীসমূহৰ মাজত দ্বন্দ্ব বিভিন্ন …

সম্পূৰ্ণকৈ পঢ়ক

হেমাংগ কুমাৰ দত্তৰ দুটি কবিতা

জনসংখ্যাই সকলো সমস্যাৰ মূল – কবিতাত এখন ৰচনা ৰুটি একে আছে ৰুটি খোৱা মানুহ কিন্তু বাঢ়ি আহিছে (কেক অৱশ্যে বাঢ়িছে হয়- পিছে ৰুটিৰ জিভাক কেক এৰি দিলে বদহজমৰ ভয়) সেইবাবে দেশৰ মানুহে দেশজুৰি মৰিশালি পাতে …

সম্পূৰ্ণকৈ পঢ়ক

শিক্ষাৰ প্ৰদূষণ ( ডঃ ছবি গগৈ )

এসময়ত শিক্ষাৰ পোহৰ নাছিল। প্ৰকৃতিৰ সৈতে মানুহৰ আত্মীয়তা আছিল। নিৰ্ভৰশীল আছিল। পৰিৱেশৰ নিৰ্মলতাও আছিল। শিক্ষাৰ প্ৰৱৰ্তন আৰু প্ৰসাৰৰ লগে লগে মানুহৰপৰা প্ৰকৃতিৰ প্ৰতি থকা আত্মীয়তা, নিৰ্ভৰশীলতা আৰু পৰিৱেশৰ নিৰ্মলতা কমি আহিবলৈ ধৰিলে। বিজ্ঞান, প্ৰযুক্তিৰ আৱিষ্কাৰ …

সম্পূৰ্ণকৈ পঢ়ক

ৰফিকুল হোছেইনৰ কবিতা ( অৰিন্দম বৰকটকী )

ৰফিকুল হোছেইনৰ একমাত্ৰ কাব্যসংকলন ‘শৰবিদ্ধ আকাশ’ প্ৰকাশ পোৱাৰ আজি পঁচিশ বছৰ হ’ল ৷ কবিতাসমূহৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্বই আজি এনে এক বাস্তৱ তাৎপৰ্য লাভ কৰিছে যাৰ বাবে আমি এই ৰচনাখন লিখাৰ তাড়না অনুভৱ কৰিলোঁ। কিছুদিন …

সম্পূৰ্ণকৈ পঢ়ক

গৌৰী লংকেশ প্ৰসংগ : অন্য এক দৃষ্টি ( পাৰ্থ প্ৰতীম বৰকটকী )

গৌৰী লংকেশৰ হত্যাকাণ্ডৰ পৰা এই কথা সুস্পষ্ট হৈ উঠিছে যে এই ধৰণৰ উদ্দেশ্য প্ৰণোদিত হত্যাৰ প্ৰাৱল্যই অসমৰ বৌদ্ধিক তথা সংবাদ মহলতো তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে৷ আৰম্ভ হ’ব ধৰিছে নতুন বাগধাৰাৰ সন্ধান৷ প্ৰসংগ উত্থাপিত হৈছে বস্তুনিষ্ঠ …

সম্পূৰ্ণকৈ পঢ়ক

শোভা ব্ৰহ্মৰ ছবি : এটি সংক্ষিপ্ত টোকা ( নীলমণি ফুকন )

আধুনিক অসমীয়া চিত্ৰকলাৰ বিকাশ, বিৱৰ্তন আৰু প্ৰসাৰত শোভা ব্ৰহ্মৰ এটা তাৎপর্যপূর্ণ ভূমিকা আৰু অৱদান আছে। ব্ৰহ্ম বােধহয় আমাৰ সময়ৰ আটাইতকৈ গুৰুত্বপূর্ণ চিত্ৰকৰ। যোৱা শতিকাৰ ষাঠিৰ দশকৰপৰা এতিয়ালৈকে তেওঁ একেৰাহে ছবি আঁকি আছে, অজস্র ছবি। এতিয়াও …

সম্পূৰ্ণকৈ পঢ়ক