চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

বিকল্প গণমাধ্যমৰ সময় আহিছে ( মনোৰম গগৈ )

গণতান্ত্ৰিক শাসন ব্যৱস্থাত গণ-মাধ্যম কিম্বা সংবাদ মাধ্যমৰ অতি গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ইতিপূৰ্বে বহুলভাৱে চৰ্চিত হৈ আহিছে। সঠিকভাৱেই সংবাদ-মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আখ্যা দিয়া হয়। ভাৰতীয় ৰাজনীতিত, বিশেষকৈ ক্ষমতাৰ হস্তান্তৰৰ পিছৰ ৰাজনৈতিক ইতিহাস আমি দেখি আহিছোঁ – যেতিয়াই বিধানপালিকা আৰু কাৰ্যপালিকাই উভত-গোৰে নাচিবলৈ আৰম্ভ কৰে, তেতিয়াই সংবাদ-মাধ্যমে এই দুটা স্তম্ভত …

অধিক চাওক

ফেইচবুকঃ গণমাধ্যমৰ দাপোণ (ডঃ ছবি গগৈ)

ফেইচবুক এখন উকা কাগজ মাথোঁ । তাত আপুনি মই কি আঁকিম কি লিখিম নিজৰ নিজৰ কথা । কিন্তু এইটোও সঁচা যে এই উকা যেন লগা কাগজ খনক আমি চুই দিয়াৰ লগে লগেই ই আমাৰ সম্মুখত থকা চকচকীয়া কাঁচৰ আইনা এখন হৈ পৰে আৰু হাজাৰ লুকুৱাব খুজিও তাত নিজক লুকুৱাব নোৱাৰোঁ …

অধিক চাওক

বিকল্প সংবাদ মাধ্যম লাগে কিয়? ( মৃদুল কুমাৰ সন্দিকৈ )

সকলোতে সন্ধান কৰা হয় বিকল্প। তথাকথিত ব্যৱস্থা, ব্যক্তি বা মাধ্যমৰ ওপৰত আস্থা হেৰুৱালে বিকল্পৰ সন্ধান কৰাটো নিয়ম। শেহতীয়াকৈ অসমতো বিকল্পৰ সন্ধান আৰম্ভ হৈছে বিভিন্ন ক্ষেত্ৰত। ৰাজনীতি, সমাজ, সাহিত্য, সংবাদ মাধ্যম- সকলোতে বিকল্পৰ সন্ধান চলিছে। এই ক্ষেত্ৰত এক প্লেটফৰ্ম ৰূপে ধৰা দিছে ছ’চিয়েল মিডিয়াই। Social Media is not about the exploitation …

অধিক চাওক

অন্য এক গুজৰাট মডেল ( মনস্বিনী মহন্ত )

প্ৰধানমন্ত্ৰী মোদীৰ দেশ (ঠাই) গুজৰাটৰ ব্যৱসায় কেন্দ্ৰিক জীৱন যাপনৰ আৰ্হিৰ ফল-প্ৰতিফলৰ বিষয়ে সঘনাই আলোচনা-বিতৰ্কই সঘনাই বিদ্বৎ অথবা ছদ্মবেশী বিদ্বৎমহলৰ মেজত, কলমত অথবা কম্পিউটাৰৰ স্ক্ৰীণত আলোড়ন কৰি থকাৰ প্ৰেক্ষাপটত গুজৰাট তথা গুজৰাটীসকলৰ ভালেমান অন্যান্য সদগুণ অথবা সদপ্ৰচেষ্টা আমাৰ মূল্যাংকনৰ পৰিসীমাৰ বাহিৰতে ৰৈ গৈছে। উদাহৰণস্বৰূপে আঙুলিয়াব পাৰি গুজৰাটীসকলৰ মাতৃভাষাপ্ৰীতি তথা জাত্যাভিমানৰ প্ৰসংগটোলৈ। …

অধিক চাওক

বাটৰ কেনভাছ : বিকল্প গণসংযোগৰ প্ৰচেষ্টা ( নীলাভ সৌৰভ )

‘বাটৰ কেনভাছ , অসম’ ৰ আৰম্ভ হয় বাটতেই আঁৰি দিয়া এখন কেনভাছত সমুহীয়াভাৱে ছবি অঁকা এটা মুহূৰ্তৰ পৰা । নগাঁও জিলাৰ ৰহাৰ দীঘলিআটি নামে ঠাইত ২০০২ চনতে আৰম্ভ কৰা এই ‘বাটৰ কেনভাছ , অসম’ ক ৰহাৰেই ‘দধিচী’ নামৰ এটা অনুষ্ঠানৰ তৎপৰতাই ২০০৩ চনত পুনৰ উজ্জীৱিত কৰে । অবিভক্ত নগাঁও জিলাৰ …

অধিক চাওক

বিকল্প সাংবাদিকতা কি? (মূলঃ ক্ৰিছ আটন, অনুবাদঃ গীতালী বৰপাত্ৰ গোহাঁই)

বিকল্প মাধ্যমৰ গৱেষণাত শেহতীয়াকৈ সমসাময়িক পদ্ধতিৰে নব্য পদ্ধতি উদ্ভাসিত হৈছে, যি মূলসুঁতিৰ পৰা পৃথককৈ পৰিৱৰ্তনকামী উদ্দেশ্যেৰে সংবাদ পৰিবেশন কৰে। ‘Rodriguez’ (২০০১) –এ এনে মাধ্যমক ‘নাগৰিক’ৰ মাধ্যম’ বা ‘citizen’s media’ বুলি অভিহিত কৰিছে। ইয়াৰ দ্বাৰা তেওঁ ইয়াক সাংবাদিকতাৰ এক দৰ্শন, সাধাৰণ নাগৰিকৰ দৈনন্দিন জীৱনৰ লগত সংলগ্ন কিছুমান পদ্ধতি আৰু এনে এক মাধ্যম …

অধিক চাওক

বিকল্প গণমাধ্যম আৰু অসম ( জ্যোতিষ্মান দাস )

বিগত লোকসভা নির্বাচনৰ বহুচর্চিত ‘পৰিৱর্তন’ৰ ক্ষেত্ৰত চ’চিয়েল মেডিয়াই গ্ৰহণ কৰা যুগান্তকাৰী ভূমিকা সম্পর্কে আমি অৱগত৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নির্বাচনতো শক্তিশালী হিলাৰী ক্লিটনক পৰাজিত কৰি বিতর্কিত ডণাল্ড ট্ৰাম্পৰ বিজয়ৰ ক্ষেত্ৰত চ’চিয়েল মেডিয়াই লোৱা ভূমিকা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে৷ ইয়াক বহুসংখ্যক ৰাজনৈতিক সমালোচকে social media election বুলিয়েই অভিহিত কৰিছে‍৷ আমেৰিকাৰ বিশ্বখ্যাত মূলধাৰাৰ অধিকাংশ …

অধিক চাওক