বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

শিল্পী ধ্রুৱ ডেকাৰ সোঁৱৰণত ॥ জ্ঞানেন্দ্ৰ বৰকাকতি ॥

যেন স্মৃতিৰ সাগৰত ডুবাই থৈ আঁতৰি গ’ল অন্তৰংগ বন্ধুজন৷ সত্তৰৰ দশকৰ মাজ ভাগতে শান্তি নিকেতনৰ পৰা গুৱাহাটীলৈ আহিয়েই প্ৰয়াত শিল্পী ৰাজেন হাজৰিকাৰ জৰিয়তে ধ্রুৱ ডেকাৰ সৈতে চিনাকি হৈছিলো জজ ফিল্ডত থকা স্বনামধন্য শিল্পী নীলপৱন বৰুৱা দাৰ আস্থান তথা অসম চাৰুকলা পৰিষদৰ সেই ঐতিহাসিক ঘৰটোৰ মজিয়াত। প্ৰথম সাক্ষাৎ আৰু পৰিচয় কালতে …

অধিক চাওক

বিষ্ণুপ্ৰসাদ ৰাভা (হোমেন বৰগোহাঞি)

বিষ্ণু ৰাভাক মই জীৱনত মাত্র দুবাৰ লগ পাইছিলো। ১৯৬১ চনত তেওঁ এটা ভ্ৰাম্যমাণ থিয়েটাৰ পাটি লৈ গোৱালপাৰালৈ গৈছিল আৰু অলপ সময়ৰ কাৰণে মোৰ ঘৰলৈ আহিছিল। ১৯৬৫ চনত তেওঁ সেই একেটা পার্টিকে লৈ উত্তৰ লক্ষীমপুৰলৈ গৈছিল, আৰু তেতিয়াও খন্তেক সময়ৰ কাৰণে মোৰ ঘৰত সোমাইছিল। বিখ্যাত লোকৰ লগত হোৱা ব্যক্তিগত সাক্ষাৎ নানা …

অধিক চাওক