বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

আদিবাসী সখী, দুগিলাচ তাড়ি আৰু অলপ স্মৃতি ৷৷ ৰীতা খনিকৰ৷৷

শান্তি নিকেতনত পঢ়িবলৈ যোৱাৰ পাছত পুৱাই পুৱাই দূৰ দূৰণিৰ আদিবাসী গাঁওবোৰলৈ গৈ স্কেচিং কৰাটো আমাৰ এৰাব নোৱাৰা দৈনন্দিন জীৱনৰ অংগ আছিল। তাৰ সহজ সৰল গ্ৰাম্য জীৱন, নৈসৰ্গিক দৃশ্যসমূহ, ওখ-চাপৰ বিশাল বিস্তীৰ্ণ পথাৰবোৰৰ কাষে কাষে বৈ যোৱা সৰু সৰু নদী কেইখন আমাৰ অধ্যয়নৰ বিষয়বস্তু আছিল। শীতকালত নিচেই পুৱাই সেইবোৰ গাঁৱৰ আদিবাসী …

অধিক চাওক

শিল্পী ধ্রুৱ ডেকাৰ সোঁৱৰণত ॥ জ্ঞানেন্দ্ৰ বৰকাকতি ॥

যেন স্মৃতিৰ সাগৰত ডুবাই থৈ আঁতৰি গ’ল অন্তৰংগ বন্ধুজন৷ সত্তৰৰ দশকৰ মাজ ভাগতে শান্তি নিকেতনৰ পৰা গুৱাহাটীলৈ আহিয়েই প্ৰয়াত শিল্পী ৰাজেন হাজৰিকাৰ জৰিয়তে ধ্রুৱ ডেকাৰ সৈতে চিনাকি হৈছিলো জজ ফিল্ডত থকা স্বনামধন্য শিল্পী নীলপৱন বৰুৱা দাৰ আস্থান তথা অসম চাৰুকলা পৰিষদৰ সেই ঐতিহাসিক ঘৰটোৰ মজিয়াত। প্ৰথম সাক্ষাৎ আৰু পৰিচয় কালতে …

অধিক চাওক

মহাজীৱনৰ আঁৰৰ কথাঃ শিল্পী নীলপৱন বৰুৱা ( আমিনুল হক )

প্ৰতিজন সৃষ্টিশীল মানুহৰ মাজত এক দুৰ্বাৰ বাসনা থাকে– পৃথিৱীখনক এক সঠিক অন্য ৰূপত চাবলৈ। প্ৰতিজন শিল্পীৰ সৃষ্টিশীল কৰ্মবোৰত থাকে অভিজ্ঞ জীৱনৰ ৰূপৰেখা আৰু উপলব্ধি কৰিব বিচাৰে– এই বৈচিত্ৰ্যময় মানুহৰ অন্তহীন প্ৰেম আৰু যন্ত্ৰণা। তেওঁৰ কোনো উচ্চ অভিলাষ নাছিল, নাছিল প্ৰসিদ্ধ হোৱাৰ অভিপ্ৰায়– তেওঁ ভাল পাইছিল এক সহজ-সৰল জীৱন। পৃথিৱীৰ বিভিন্ন …

অধিক চাওক