চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

বিবাহৰ প্ৰয়োজনীয়তা এতিয়াও আছেনে? ৷৷ মূল ৰচনাঃ তচলিমা নাছৰিণ, অনুবাদঃ অৱনী বুঢ়াগোহাঁই৷৷ ।

মানুহে বিয়া কৰায় কিয় ? নির্বিঘ্নে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ, সন্তান জন্ম দিবলৈ…কিন্তু ইয়াৰ বাবেতো বিয়াৰ দৰ্কাৰ নপৰে ! মানুহৰ বাদে পৃথিৱীৰ অন্য কোনো প্ৰাণীৰ মাজত বিয়াৰ কোনো ৰীতি নাই, কিন্তু সিহঁতে সুন্দৰভাবে একেলগে বাস কৰিছে, সন্তান জন্ম দিছে, খাটি-খুটি সন্তানক ডাঙৰ দীঘল কৰিছে। পৰস্পৰৰ প্ৰতি বিশ্বস্ত থাকিবলৈও বিয়া কৰাটো …

অধিক চাওক

ধ্বনিময় অনল শিখা : এখন অগতানুগতিক উপন্যাস ৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা এক দশক ধৰি নিৰৱচ্ছিন্নভাৱে সাৰস্বত সাধনাত ব্ৰতী হৈ অহা গীতালী বৰুৱা অসমীয়া পাঠক সমাজৰ বাবে এটি চিনাকি নাম৷ কেইবাখনো কবিতা, গল্প আৰু উপন্যাস সংকলন বাণীৰ বেদীলৈ আগবঢ়োৱা বৰুৱাৰ ৰচনাৰাজিত অবিভক্ত গোৱালপাৰা জিলাৰ ভাষিক, সাংস্কৃতিক আৰু সামাজিক জীৱনৰ লগতে আধুনিক চিন্তন, মনন, জটিল যৌন মনস্তত্ব আদি সুন্দৰকৈ ফুটি উঠিছে৷ বৰুৱাৰ …

অধিক চাওক

ভোক ( ভাস্কৰ ভূঞা )

এই যে জীয়াই আছোঁ তাড়নাবোৰ ভোক এই যে হাঁহি আছোঁ সপোনবোৰ ভোক সময়ত কাৰোবাৰ চোতালত নগ্ন হৈ নাচিছোঁ সময়ত মাজ ৰাতি যৌনতা বেচিছোঁ ফুটপাথত পাৰি লৈছো দুচকুৰ টোপনি ইফালে শিলৰ পাহাৰ এখন অনবৰতে ঢাকি থৈছোঁ বুকুত এই যে ৰৈ ৰৈ ঘুমটি মাৰিছোঁ বৈ বৈ পৰিধি ভাঙিছোঁ কৈ কৈ দুখ পাতলাইছো …

অধিক চাওক

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’-পাঁচ ( গীতালী বৰপাত্ৰগোঁহাই)

(যোৱা সংখ্যাৰ পাছৰ পৰা) নাৰীবাদৰ দ্বিতীয় লহৰৰ উত্থানৰ সময়ত পশ্চিমৰ সমসাময়িকভাৱে ভাৰতবৰ্ষটো চৰ্চিত যৌনতাকেন্দ্ৰিক বিতৰ্কসমূহৰ পাৰ্থক্য হ’ল, যিসময়ত যৌনতা কেন্দ্ৰিক বিতৰ্ক সমূহ পশ্চিমত সংঘটিত হৈছিল, সেই সময়ত তাৰ নাৰীবাদীসকলে দুটা পক্ষত স্পষ্টভাৱে ভূমিকা লৈছিল। ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে পৰ্ণগ্ৰাফীৰ বিপক্ষে আৰু চেন্সৰছিপৰ সপক্ষে কোৱাৰ বিপৰীতে ৰেডিকেল লিবাৰটেৰিয়ান সকলে পৰ্ণগ্ৰাফীৰ সপক্ষে আৰু …

অধিক চাওক

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’-চাৰি ( গীতালী বৰপাত্ৰগোহাঁই )

(যোৱা সংখ্যাৰ পাছৰ পৰা) ১৯৮২ চনত নিউয়ৰ্কৰ বাৰ্ণাড মহাবিদ্যালয়ৰ সভাত ৰেডিকেল নাৰীবাদীসকলৰ মাজত যৌনতাকেন্দ্ৰিক বিতৰ্কই তুমুল ৰূপ ধাৰণ কৰে৷ ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে পৰ্ণগ্ৰাফীৰ প্ৰচলন বন্ধ কৰাৰ সপক্ষে দাবী তুলি এই মত দাঙি ধৰিছিল যে পৰ্ণগ্ৰাফীত BDSM আৰু ‘Female sadomasochism’-ৰ জৰিয়তে নাৰী চৰিত্ৰটো যি ৰূপত উপস্থাপন কৰা হয়, সেয়াই মানুহৰ মানসিকতাত …

অধিক চাওক

নাৰীবাদৰ দৃষ্টিৰে যৌনতা- তিনি ( গীতালী বৰপাত্ৰগোহাঁই )

(যোৱা সংখ্যাৰ পাছৰ পৰা) যোৱা সংখ্যাত আমি নাৰীৰ যৌনতাৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজৰ নিয়ন্ত্ৰণ ভংগ কৰিবলৈ আৰু নাৰীৰ যৌনতাৰ প্ৰতি থকা ভয় আঁতৰাবলৈ পৰ্ণগ্ৰাফিক থেৰাপী তথা মাধ্যম হিচাপে গ্ৰহণ কৰা ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলৰ বিষয়ে উল্লেখ কৰিছিলো। নাৰীৰ যৌন স্বাধীনতাৰ গুৰুত্বপূৰ্ণ দিশটো উত্থাপন কৰি ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে নাৰীবাদৰ সংগ্ৰামখনত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল। …

অধিক চাওক