চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

বৰ্ণবাদেৰে বিহুৰ সংঘাত ৷৷ টুনুজ্যোতি গগৈ৷৷

অসমৰ প্ৰচাৰ মাধ্যমত শেহতীয়াভাৱে ‘ব্ৰাহ্মণ্যবাদ’ শব্দটো সঘনাই উচ্চাৰিত আৰু উল্লেখিত হোৱাৰ ফলত সৰ্বসাধাৰণৰ মাজত এই শব্দটোক লৈ বিভিন্নধৰণৰ চৰ্চা পৰিলক্ষিত হৈছে৷ অজ্ঞতা আৰু অনুমানৰ ভেটিত হোৱা চৰ্চাবোৰ মূলতঃ এনেধৰণৰ –‘বিজেপি ক্ষমতালৈ আহিলে ব্ৰাহ্মণ্যবাদে অসমীয়া জাতিক ধ্বংসৰ গহ্বৰলৈ ঠেলি পঠিয়াব’, ‘আগতে অসমত ‘ব্ৰাহ্মণ্যবাদ’ বুলি কোনো শব্দই নাছিল, অখিল গগৈয়েহে এই শব্দটো …

অধিক চাওক

বিহুনামত ভেদাভেদৰ বিপৰীতে সমন্বয় আৰু ঐক্য৷৷ ভবেশ নাথ৷৷

জাতীয় সংস্কৃতিৰ ৰূপ পোৱা, অসমৰ হিয়াৰ আমঠু , আমাৰ বাপতি সাহোন ‘বিহু’ এক কৃষিভিত্তিক উৎসৱ হ’লেও কেৱল মাত্ৰ কৃষিকেন্দ্ৰিক কথা-বতৰাতেই আমাৰ ‘বিহু’টো সীমাবদ্ধ হৈ থকা নাই। বিহুনামবোৰত প্ৰতিফলিত হোৱা সমাজ জীৱনৰ বিভিন্ন প্ৰতিচ্ছবিয়ে এই কথাৰেই ইংগিত দিয়ে। সেইবাবেই লোকসংস্কৃতিৰ গৱেষক, গণশিল্পী হেমাংগ বিশ্বাস দেৱে বিহু সম্পৰ্কত কৈছিল— “যি নাই বিহুগীতত, …

অধিক চাওক

ইকুৱেশ্বন।। মানস প্ৰতিম ফুকন।।

এটা গতানুগতিক কাহিনী সময়ৰ পাখিলগা কাঁড়ত উঠি বছৰ বাগৰিল। ঋতুৱে ৰং সলালে, প্ৰকৃতিয়েও ন-ন ৰূপত ধৰা দিলেহি। হাঁড় কঁপোৱা শীতৰ সৈতে আলিংগনাবদ্ধ প্ৰকৃতিক মলয়াই দৌৰি আহি জনাই দিলে, ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা। সেই বতৰা শ্ৰৱণ কৰি চঞ্চলা ফাগুনীৰ ভাকুটকুটনিত ঠেৰেঙা লাগি জুপুকা মাৰি বহি থকা বন-বিৰিখে সাৰ পাই উঠিল। নিজৰ …

অধিক চাওক

জোঁৱাই ধেমেলীয়া৷৷ টুনুজ্যোতি গগৈ৷৷

: ভঁৰালত ধান৷—ধনেশ্বৰ নিচাদেউৰ দূবৰিভৰা চোতালখনত আমি ‘হেই হেই হেইয়া, হেই হেই হেইয়া’ বুলি হুলস্থুল কৰি বৃত্তাকাৰে ঘূৰিবলৈ আৰম্ভ কৰাৰ ক্ষন্তেক পাছতেই পোনাকায়ে সুমধুৰ কণ্ঠেৰে কৈ উঠিল৷ ইতিমধ্যে মুখত এমোকোৰা হাঁহিৰে পাখৰিজনিয়ানী এপাদেউ টিনৰ দুৱাৰখন ঘেৰেংকৈ খুলি ওলাই আহে আৰু আগপিনৰ চালিখনৰ ভলুকা বাঁহৰ বিয়াগোম খুঁটা এটাত আঁউজি আমালৈ চাই …

অধিক চাওক

অসমীয়া কবিতাত বিহু (হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বিশেষ উল্লেখেৰে এক সংক্ষিপ্ত আলোচনা)৷৷ মৃদুল মৰাণ৷৷

অসমীয়া কবিতাত বিহুঃ বিহু অসমৰ জাতীয় উৎসৱ। বিহুক বাদ দি অসমৰ কথা ভাবিব নোৱাৰি। সাহিত্যিকৰ সৃষ্টি ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ পৰা নিলগত থাকিব নোৱাৰে। সেইবাবেই অসমীয়া কবিসকলে বিহু আৰু ইয়াৰ লগত জড়িত বিভিন্ন প্ৰসংগবোৰক এৰাই চলা নাই। অৱশ্যে সকলো সময়তে দৃষ্টিভংগী একে হৈ থকা নাই আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন হোৱাটোৱেই স্বাভাৱিক। …

অধিক চাওক

ভোগবাদ আৰু সামাজিক নৈতিকতা৷৷ কিশোৰী মোহন পাল৷৷

কেইমাহমান আগতে গুৱাহাটীৰ এখন বৃদ্ধাশ্রমত এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। তেওঁৰ উচ্চ শিক্ষিত পুত্র-পত্নী সহিতে মাতৃৰ মৃত্যুৰ খবৰ পাই লগে লগে বৃদ্ধাশ্রমত উপস্থিত হ’ল। লগত তেওঁ লৈ অহা শ্রমিকৰ হতুৱাই মাতৃৰ শৱ নৱগ্রহ শ্মশানলৈ নি মৃতদেহ সৎকাৰ কৰে। অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ সময়ত এইগৰাকী পুত্রই আমাৰ সমাজৰ প্রচলিত সামাজিক তথা ধৰ্মীয় নিয়মৰ …

অধিক চাওক

বিহু, মঞ্চবিহু আৰু জাতীয় ব্যৱসায় ( ড: ছবি গগৈ )

বিহু কি আৰু ইয়াৰ পৰম্পৰা কেনে, এই বি্ষয়ে ক’বলগীয়া নতুন কথা কিবা আছেনে নাই চিন্তা কৰিছোঁ ৷ অসম আৰু অসমীয়াৰ জাতীয় উৎসৱ হিচাবে সকলো অসমীয়াৰ প্ৰাণত, তেজত “বিহু”ৰ ধাৰণা আৰু অনুভৱ সোমাই আছে বুলি নভবাৰ যুক্তি বিচাৰি পোৱা নাই ৷ মুখে মুখে সেয়ে আমি উচ্চাৰণ কৰোঁ বিহু আমাৰ হিয়াৰ আমঠু …

অধিক চাওক