চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

সেউজীয়া অৰ্থনীতি কিমান সেউজীয়া?৷৷ ইন্দ্ৰজিৎ বৰা৷৷

পৰিৱেশ বিজ্ঞানৰ অগ্ৰগতিয়ে বিশ্ব পৰিৱেশ দিৱসৰ আনুষ্ঠানিকতাকেই প্ৰত্যাহ্বান জনাব পাৰে নেকি? বিজ্ঞান আৰু প্ৰযুক্তিগত ক্ষমতাৰ সম্প্ৰসাৰণ আৰু পৰিৱেশ সঞ্চালনৰ মাপকাঠি উন্নিতকৰণৰ কোনো গত্যন্তৰ নাই। পৰিবেশ বিজ্ঞান নতুবা জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত জ্ঞানৰ সহায়ত এক কাৰ্যকৰী মাপকাঠিৰ ভিত্তিত মানৱ প্ৰযুক্তিৰ পৰিৱেশৰ ওপৰত থকা প্ৰভাৱ নিৰ্ধাৰণ (Environmental Impact Assessment) কৰা হয়। গতিকে সঠিক মাপকাঠি …

অধিক চাওক

বিয়েৰ গ্ৰিলচ : মানুহ বনাম প্ৰকৃতি ( শুভম গোস্বামী )

মানুহজনৰ দুঃসাহসিক অভিযানবোৰে সদায় মুগ্ধ কৰে, বাৰে বাৰে তেখেতৰ অদম্য মনটোৰ প্ৰেমত পৰোঁ। আচৰিত হওঁ তেখেতৰ ধৈৰ্য্য আৰু যিকোনো পৰিস্থিতিৰ সৈতে যুঁজাৰ দক্ষতা আৰু মানসিক সক্ষমতা দেখি। হয়, তেওঁ আন কোনো নহয়, Man Vs Wild টেলিভিছন ছিৰিজটোৰ জৰিয়তে জনপ্ৰিয় হোৱা Discovery চেনেলটোৰ অন্যতম তাৰকা, দুঃসাহসিক অভিযানকাৰী বিয়েৰ গ্ৰিলচ, যাক চিনি …

অধিক চাওক

জুৰি সন্দিকৈ গগৈৰ শিল্পকৰ্ম

আধুনিক অসমীয়া চিত্ৰকলা জগতত জুৰি সন্দিকৈ গগৈ এটি সম্ভাৱনাপূৰ্ণ নাম৷ বৰ্তমান সময়ত চিত্ৰকলাই হৈছে এক কলা,যাৰ সমাদৰ সৰ্বাত্মক তথা ক্ৰমবৰ্ধমান৷ এই ক্ৰমবৰ্ধমান কলাক উচ্চ পৰ্যায়লৈ লৈ যাবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা নৱীন চিত্ৰশিল্পী জুৰি গগৈ সন্দিকৈয়ে কম সময়ৰ ব্যৱধানত ,এক্ৰাইলিক, তৈলআৰু ছাৰক’ল ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ চিত্ৰ অংকনেৰে চিত্ৰামোদীৰ মাজত …

অধিক চাওক

বাঘৰ আক্ৰমণ ( ঘনশ্যাম ৰাজবংশী)

লিখিবলৈ লৈছোঁ নাহৰফুটুকী বাঘৰ কথা। ঘটনাটো হৈছিল আজি দুই তিনি বছৰৰ আগতে গুৱাহাটীৰ শিলপুখুৰীৰ ওচৰত। বাঘটো পাহাৰ পৰা ওলাই আহিছিল জনসমুদ্ৰলৈ। সি জনা নাছিল ওলাই গ’লে যে মানুহৰ ঘৰবোৰ দেখিব। বাঘ তিনিটা কাৰণত নিজৰ এলেকাৰ পৰা ওলাই যায়। প্ৰথম যেতিয়া মিটিং টাইম হয় সেই সময়ত মাকৰ লগত থকা প্ৰাপ্তবয়স্ক হোৱা …

অধিক চাওক