চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

লিংগ অধ্যয়নৰ আলোকত অসমীয়া সাধুকথা৷৷ মৃদুল মৰাণ৷৷

(লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘মেকুৰীৰ জীয়েকৰ সাধু’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ শীৰ্ষক সাধু দুটাৰ বিশেষ উল্লেখেৰে) অৱতৰণিকাঃ লোকসংস্কৃতি অধ্যয়নৰ মানকসমূহৰ ভিতৰত লিংগ অন্যতম। সাম্প্ৰতিক সময়ত লোকসংস্কৃতিৰ অধ্যয়নত লিংগ অধ্যয়নৰ নানা দিশৰ প্ৰয়োগ আৰম্ভ হৈছে আৰু ই লোকসংস্কৃতিৰ অধ্যয়নক এক নতুন মাত্ৰা প্ৰদান কৰিছে। লোকসংস্কৃতিৰ লিংগ অধ্যয়নে সামৰি লোৱা …

অধিক চাওক

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা৷৷ জিতেন বেজবৰুৱা৷৷

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা য়ুভাল-ডেভিছ আদি) প্ৰসংগটো গুৰুত্বসহকাৰে আৰু বহল ৰূপত আলোচনা কৰিছে নিজা …

অধিক চাওক

যৌন কৰ্ম আৰু যৌন কৰ্মী : কিছু প্ৰাৰম্ভিক কথা৷৷ জিতেন বেজবৰুৱা৷৷

যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ বিষয়ে আমি প্ৰায়ে এনেভাৱে নীৰৱতা অৱলম্বন কৰো যেন সিবোৰৰ অস্তিত্বই নাই। সাহিত্যই-চিনেমাই উল্লেখ থাকিলেও আৰু এইডছ-কেন্দ্ৰিক যৌনতাৰ বাগধাৰা তথা মানৱ সৰবৰাহৰ বাগধাৰাত আলোচিত হ’লেও সামাজিক-ৰাজনৈতিক চিন্তাত যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ প্ৰসংগ পাবলৈ টান। ইয়াৰ প্ৰধান কাৰণ হ’ল নৈতিকতাবাদী বাধা। পুৰুষতান্ত্ৰিক-বিষমলৈংগিক বিবাহ ব্যৱস্থাটোক সমাজ সংগঠনৰ …

অধিক চাওক

‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ : সমাজ চিন্তাৰ এক অভিনৱ সংযোজন ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

“Every ideology is historically conditional, but it is unconditionally true that to every scientific ideology, there corresponds an objective truth, absolute nature.” – ভি আই লেনিন মানৱ সমাজত মতবাদবিলাকৰ ঐতিহাসিক গুৰুত্ব স্বীকাৰ কৰাৰ পাছতো এইটো অনস্বীকাৰ্য যে প্ৰতিটো প্ৰতিষ্ঠিত মতবাদৰ এক স্থিতাৱস্থাবাদী প্ৰৱণতা আছে৷ ভিন্ন সময়ত ধৰ্মীয়, সামাজিক, সাংস্কৃতিক অথবা …

অধিক চাওক

প্ৰসংগ : আইন আৰু মুক্তিকামী ৰাজনীতি ( জিতেন বেজবৰুৱা )

নাৰীবাদী লেখক নিবেদিতা মেননৰ ‘Recovering Subversion: Feminist Politics beyond the Law’ (2004; Permanent Black) গ্ৰন্থখন ভাৰতীয় নাৰীবাদী চিন্তাৰ এখন উল্লেখযোগ্য গ্ৰন্থ। গ্ৰন্থখনৰ বিষয় হ’ল আইন আৰু নাৰীবাদী ৰাজনীতিৰ মাজৰ সম্পৰ্ক। ভাৰতীয় নাৰীবাদীসকলে যোৱা সময়ছোৱাত আইন আৰু ৰাষ্ট্ৰৰ সৈতে কিদৰে মোকাবিলা কৰিছে আৰু নিজৰ উদ্দেশ্যত এইসমূহক ব্যৱহাৰ কৰিবলৈ যাওঁতে কিধৰণৰ সমস্যাৰ …

অধিক চাওক

নাৰীবাদৰ দৃষ্টিৰে যৌনতা- তিনি ( গীতালী বৰপাত্ৰগোহাঁই )

(যোৱা সংখ্যাৰ পাছৰ পৰা) যোৱা সংখ্যাত আমি নাৰীৰ যৌনতাৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজৰ নিয়ন্ত্ৰণ ভংগ কৰিবলৈ আৰু নাৰীৰ যৌনতাৰ প্ৰতি থকা ভয় আঁতৰাবলৈ পৰ্ণগ্ৰাফিক থেৰাপী তথা মাধ্যম হিচাপে গ্ৰহণ কৰা ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলৰ বিষয়ে উল্লেখ কৰিছিলো। নাৰীৰ যৌন স্বাধীনতাৰ গুৰুত্বপূৰ্ণ দিশটো উত্থাপন কৰি ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে নাৰীবাদৰ সংগ্ৰামখনত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল। …

অধিক চাওক

কাড়ৱা চৌথৰ অসম আগমন ( ড০ বৰ্ণালী বৰুৱা দাস )

“ওঁ মম ব্ৰতে তে হৃদয়ং দধাতু, মম চিত্তননু চিত্তং তেহস্তু”— মোৰ সেৱাত তোমাৰ হৃদয় দান কৰা, তোমাৰ চিত্তই মোৰ চিত্তক অনুসৰণ কৰক‌। এই মন্ত্ৰেৰে দীক্ষিত কৰাই বিয়া কৰি অনা নাৰীগৰাকীৰ পৰা সমাজে নি:চৰ্ত আনুগত্যই বিচাৰে‌। এই নি:চৰ্ত আনুগত্যক শাস্ত্ৰইও সমৰ্থন কৰে। সেয়েহে সকলো বৃহৎ প্ৰাতিষ্ঠানিক ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহত প্ৰত্যক্ষ বা পৰোক্ষভাবে …

অধিক চাওক