চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

বাঙালী প্ৰগতিশীলসকলৰ বিষয়ে দুটামান কথা৷৷ জিতেন বেজবৰুৱা৷৷

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷ কিন্তু প্ৰায় কোনেও দ্ব্যৰ্থবিহীনভাৱে আৰু সবলভাৱে বিধেয়কখনৰ বিৰোধিতা কৰা নাই৷ …

অধিক চাওক

নাগৰিকত্ব (সংশোধনী) বিধেয়ক : অসম চুক্তি আৰু অসমবাসী৷৷ সুপ্ৰকাশ তালুকদাৰ৷৷

নাগৰিকত্ব [সংশোধনী] বিধেয়ক, ২০১৬ক কেন্দ্ৰ কৰি অসমৰ সমাজজীৱন কিমান উত্তাল আৰু অশান্ত হৈ পৰিছে তাৰ উমান পোৱা গ’ল বিধেয়কখনক লৈ গঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ অসম ভ্ৰমণৰ সময়ত। জাতি-জনগোষ্ঠী সম্পৰ্কীয় প্ৰশ্নবোৰক লৈ অসম এনেয়েও স্পৰ্শকাতৰ। কিন্তু নাগৰিকত্ব (সংশোধনী) বিধেয়কখনে ৰাজ্যখন যিদৰে জোকাৰি গৈছে, সেই প্ৰাবল্য সাম্প্ৰতিক অতীতত অসমত দেখিবলৈ পোৱা …

অধিক চাওক

সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখি নাগৰিকত্ব বিলৰ বিৰোধিতা কৰক

ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ ছত্ৰছায়াত থকা দুই এক সংগঠনৰ বাহিৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলমত নিৰ্বিশেষে সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে, মাৰ বান্ধি থিয় দিছে৷ শিল্পী,সাহিত্যিক আৰু সাংবাদিকসকলো ৰাজপথলৈ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিছে৷ ই আমাৰ জাতীয় জীৱন আৰু জাতীয় পৰিচয়ৰ বাবে গৌৰৱৰ কথা! কিন্তু আমি উদ্বেগেৰে …

অধিক চাওক

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কিছু কথা ৷৷ সৃষ্টি শ্ৰেয়ম৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ খন গৃহীত নহ’লেও ইয়াৰ উত্থাপন অসমীয়াৰ কাৰণে মংগলজনক বিষয় হিচাপেই পৰিগণিত হৈছে। নহ’লে আমি সঁচাকৈ আমাৰ কি আছিল আৰু কি আছে গমকে লোৱা নাছিলোঁ। তেনেকৈয়ে হয়তো এদিন ত্ৰিপুৰীসকলে নিজৰ মাটিত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল, বাঙালী আধিপত্যত নিজৰ ভাষা হেৰুৱাইছিল। তেনেকৈয়ে হয়তো এদিন আমাৰ কছাৰী ৰাজ্য কাছাৰকে আদি কৰি সমস্ত …

অধিক চাওক

অসমৰ অস্তিত্ব ৰক্ষা কৰিবই লাগিব৷৷ কৌশিক তালুকদাৰ৷৷

যোৱা ৭ মে’ত খানাপাৰালৈ অহা জেপিচিৰ সন্মুখত হাজাৰ হাজাৰ অসমপ্ৰেমীয়ে স্পষ্ট ৰূপত সংবিধান তথা অসম-বিৰোধী ‘নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক, ২০১৬’ৰ বিৰোধিতা কৰি জনাই দিলে যে কোনোপধ্যে ভাৰতৰ ধৰ্মনিৰপেক্ষ সংবিধান তথা ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰিবলৈ দিয়া নহ’ব ৷ ডঃ হীৰেন গোহাঁই, উদয়াদিত্য ভৰালী, ডঃ অপূৰ্ব কুমাৰ বৰুৱা, প্ৰশান্ত ৰাজগুৰু, অজিত …

অধিক চাওক

পৰিবৰ্তনৰ আলিদোমোজাত ৷৷ জিতেন বেজবৰুৱা৷৷

১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইনৰ সংশোধনী ঘটাই ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিক ভাৰতলৈ আমদানি কৰাৰ যি সাংবিধানিক প্ৰমূল্যৰ বিৰোধী আৰু গণবিৰোধী আঁচনি বিজেপি চৰকাৰে হাতত লৈছে তাৰ আমি পোনপটীয়াভাৱে বিৰোধিতা কৰিছো। এই আঁচনিৰ আঁৰত লুকাই আছে বিজেপি তথা সংঘ পৰিবাৰৰ হিন্দুত্ববাদী ৰাজনীতিৰ দীৰ্ঘম্যাদী পৰিকল্পনা। ধৰ্মনিৰপেক্ষতা বা ছেকুলাৰবাদ হ’ল ভাৰতীয় সংবিধান তথা …

অধিক চাওক

চৰ চাপৰিবাসীৰ ভূমি সমস্যা আৰু নাগৰিকত্ব ( অংশুমান শৰ্মা, আব্দুল কালাম আজাদ )

(এক ক্ষেত্ৰভিত্তিক অধ্যয়নৰ চমু প্ৰতিবেদন) অসমত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা সৰ্বহাৰা, অঘৰী আৰু শৰণাৰ্থী লোকসকলৰ ওপৰত মাজে সময়ে চলাই অহা উচ্ছেদৰ যি কৰুণ ইতিহাস, তাক আৰু নিৰ্মম পৰ্যায়লৈ লৈ গৈছে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু আৰ. এছ. এছৰ দৰে সংগঠনে৷ মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ চৰ-চাপৰি অঞ্চলত উচ্ছেদ অভিযান চলাওঁতে অবোধ …

অধিক চাওক