চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

কাঠচিতীয়া কাঠুৱাক বুজিবৰ চেষ্টাৰে ৷৷ ঋতুৰাজ কলিতা৷৷

জম্মুৰ কাঠুৱা জিলাৰ ৰসনা গাঁৱত ঘটা নৃশংস হত্যা-ধৰ্ষণৰ ঘটনাটোক লৈ কাঠুৱা চহৰ তথা জিলাখনতে বহু সংখ্যক হিন্দু ৰাইজে অভিযুক্ত কেইজনক জম্মু-কাশ্মীৰ আৰক্ষীয়ে মিছাকৈ ষড়যন্ত্ৰমূলকভাৱে অভিযুক্ত কৰা বুলি দাবী কৰি যি তীব্ৰ আন্দোলন চলাই আছিল, সেয়া প্ৰত্যক্ষ কৰি আমি ভাৰতবাসীৰ লগতে আজি সমগ্ৰ বিশ্ব ঘৃণাত শিয়ঁৰি উঠিছে। কাঠুৱাৰ উকীল সংস্থায়ো আদালতত …

অধিক চাওক

ধৰ্ষণ আৰু তৎজনিত গণহত্যা : একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি৷৷ জিতেন বেজবৰুৱা৷৷

“ফ্লৰিডাত বলাৎকাৰী নিগ্ৰোক শূলত তুলি জ্বলাই হত্যা : বলাৎকাৰীজনক জে’লৰপৰা বলেৰে উলিয়াই অনা হ’ল, গণপ্ৰহাৰ কৰি শৰীৰ ছিন্ন-ভিন্ন কৰি পেলোৱা হ’ল, তাৰ পাছত উগ্ৰ প্ৰতিহিংসাৰে তাক জ্বলাই দিয়া হ’ল৷” “বলাৎকাৰী নিগ্ৰোজনক হাবিৰ মাজলৈ নিয়াৰ পাছত তেওঁৰ যৌনাংগটো কাটি পেলোৱা হ’ল৷ কটা যৌনাংগটো তেওঁক খুৱাই দিয়া হ’ল৷ তাৰ পাছত তেওঁৰ অণ্ডকোষ …

অধিক চাওক

ধৰ্ষণ আৰু বাগধাৰাৰ কচৰৎ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

শেহতীয়াকৈ সংঘটিত ধৰ্ষণৰ জঘন্য অপৰাধকেইটা অত্যন্ত মৰ্মান্তিক। প্ৰতিটো ঘটনাৰ নিকা আৰু খৰতকীয়া তদন্ত সুনিশ্চিত হ’ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে ৷ সাধাৰণভাৱে এনে অপৰাধ প্ৰৱণতাই পুৰুষৰ প্ৰভুত্ব, প্ৰভুত্ববাদী অতিশয্য, বঞ্চনাই জন্ম দিয়া অনৈতিক মানসিকতা আৰু সীমাহীন ভোগবাদৰ দৰে কাৰকৰ পৰা সাৰপানী পায়৷ পিছে, সম্প্ৰতি ধৰ্ষণৰ বিতৰ্কবোৰে সমাধানৰ দিশত …

অধিক চাওক

এখন ধৰ্ষিতা গাঁৱৰ কাহিনীৰে “Do You Remember Kunan Poshpora” (পাৰ্থ প্ৰতীম বৰকটকী)

ক’লকাতাৰ পৰা প্ৰকাশিত ‘অনীক’ নামৰ আলোচনীখনৰ নৱেম্বৰ, ২০১৬ সংখ্যাত গ্ৰন্থ সমালোচনা এটা পঢ়ি গ্ৰন্থখন সংগ্ৰহ কৰিছিলো৷ গ্ৰন্থখন পঠনৰ অন্তত আমিও একলম লিখিলো৷ গ্ৰন্থখনৰ পথম বাক্যটো হ’ল–“We know that if we remained silent, they would do it again, if not in our village then somewhere else.—-A survivor” ১৬ ডিচেম্বৰ, ২০১২ চন৷ …

অধিক চাওক

সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু নাৰী সমাজ ( গীতালী বৰপাত্ৰগোঁহাই )

“মহিলা সমাজ এখন আৰ এছ এছৰ প্ৰধান টাৰ্গেট” – এই কথাষাৰি গৌতম ৰয় নামৰ পশ্চিমবংগৰ এজন লেখকে এটা ব্লগত লিখা কথা। ৰয়ে লিখিছে যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ ম্যাদ তিনিবছৰ অতিক্ৰম হোৱাৰ সময়ত আৰ এছ এছে ইয়াৰ শাখা সংগঠন ‘ৰাষ্ট্ৰ সেৱিকা সমিতি’ক বিশেষভাৱে সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে কৰ্মসূচী হাতত লৈছে। …

অধিক চাওক

এগৰাকী ধৰ্ষিতাৰ ডায়েৰীৰ পৰা ( ৰুবী এন বৰা )

ধৰ্ষিতা শব্দটো শুনিয়ে হয়তো বহুতৰে কপালৰ ভ্ৰূ কোঁচ খাই গৈছে। ভুল নুবুজিব মই কাকো বিপথে পৰিচালিত কৰিব খোজা নাই। ময়ো এজনী তেজ মঙহৰ মানুহ, মোৰো এটা জীৱন আছে। মোৰ জীৱনৰ পাৰ কৰি অহা দিনবোৰৰ কথা অলপ শুনকচোন। তেতিয়া মই নৱম শ্ৰেণীত পঢ়ো। সপোন দেখি উৰি ফুৰাৰ দিন। বাটত অকলে গৈ থাকোতে …

অধিক চাওক