মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / অনুভৱ (পৃষ্ঠা 2)

অনুভৱ

ভাল লগা অনুভৱ ( মাধুৰীমা ঘৰফলীয়া )

দৃশ্য পট- ১ সেইবাৰ দ্বিতীয়বাৰৰ কণমানিটোক লৈ অসমলৈ ওলাইছিলোঁ। এয়াৰ পৰ্টত বহি আছোঁ। বাহিৰলৈ ওলাই আহিলে সদায় থকাৰ দৰে কণমানিটো দেউতাকৰ কোলাত। মোৰ চিন্তা জাহাজ উৰি থকা সেই সময়কণ কেনেকৈ পাৰ হয় সেইটো ভাবি। কাৰণ ইয়াৰ আগতেও তাক লৈ যাওঁতে অলপ- চলপ বিহু দেখি গৈছিলোঁ। তাতে এতিয়া সি ডাঙৰ হ’ল। …

অধিক চাওক

আমাৰ অনুভৱত জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ (হিমাক্ষী বৰা )

তৃতীয় নে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী হৈ থাকোতে গৰমৰ বন্ধত দেউতাই স্কুলৰ পুথিভঁৰালৰ পৰা  আনি দিছিল জ্যোতি প্ৰসাদৰ ৰচনাৱলী খন৷ পঢ়ি শেষ কৰিব নোৱাৰা, আকাৰত কিছু ডাঙৰ কিতাপখনৰ বাবে যেন উৎকন্ঠাৰ শেষ নাছিল। তাৰ পাছত দেউতাই বহুত বাৰ আনিছিল সেই কিতাপখন ঘৰলৈ। চাইকেলত ওলোমাই থোৱা বেগটো কিছু উফন্দি থাকিলেই বুজিছিলো, দাদা …

অধিক চাওক

বাৰ ঘন্টা ( সুব্ৰতা গোস্বামী )

দুপৰীয়াটো পাৰ হৈ আবেলি হ’বৰ ঠিক আগৰ এই সময়খিনিত কিবা এক অৱসাদ নে উদাসীনতাই আগুৰি ধৰেহি মোক।খিৰিকীৰ পৰ্দাখনেৰে ৰ’দজাক আহি চকুত পৰিছে। বাহিৰত কতো এটা শব্দও শুনিবলৈ নাই। চৌদিশ নিমাওমাও। দেওবাৰৰ এনেকুৱা দুপৰীয়াবোৰ বৰ অস্বস্তিকৰ।বিচনাখনৰ এটা মূৰত মই বাগৰ দি আছোঁ অথচ টোপনি যাবলৈও মন যোৱা নাই। ওচৰতে পৰি থকা …

অধিক চাওক

এগৰাকী ধৰ্ষিতাৰ ডায়েৰীৰ পৰা ( ৰুবী এন বৰা )

ধৰ্ষিতা শব্দটো শুনিয়ে হয়তো বহুতৰে কপালৰ ভ্ৰূ কোঁচ খাই গৈছে। ভুল নুবুজিব মই কাকো বিপথে পৰিচালিত কৰিব খোজা নাই। ময়ো এজনী তেজ মঙহৰ মানুহ, মোৰো এটা জীৱন আছে। মোৰ জীৱনৰ পাৰ কৰি অহা দিনবোৰৰ কথা অলপ শুনকচোন। তেতিয়া মই নৱম শ্ৰেণীত পঢ়ো। সপোন দেখি উৰি ফুৰাৰ দিন। বাটত অকলে গৈ থাকোতে …

অধিক চাওক

উৱলি যোৱা শিপা (প্ৰতীক্ষা বৰা)

ককাদেউতাৰ দিনৰে সপোন এটা লহপহকৈ বাঢ়ি আহিছিল ভোগদৈৰ পাৰত.. ভোগালী ঠাই..বাঢ়ি আহিছিল আশাৰ নদী.. মাটি টুকুৰাত হয়তো তেওঁ দেখা পাইছিল এখন ঘৰে পোখা মেলা.. মনতে কৰিছিল গুণা-গঁঠা, মানুহজনীক প্ৰথম ইয়ালৈকে আনিম… সঁচাও হৈছিল পৰিকল্পনা… কাঠৰ বাতাম দিয়া ঘৰটো আছিল কংক্ৰীটৰ দালানতকৈও মজবুত.. কাৰণ তাত এহাল ফুলকুমলীয়া সপোন ওমলিছিল.. ককাই পাছফাল …

অধিক চাওক