চ’ৰাঘৰ / নাৰী অধ্যয়ন বিশেষ

নাৰী অধ্যয়ন বিশেষ

জানুৱাৰি সংখ্যাৰ সম্পাদকীয়

এক ঐতিহাসিক সংগ্ৰাম আৰু বহু যুঁজাৰুৰ তেজৰ বলিদানৰ পাছত ১৯৪৭ চনৰ স্বাধীনতা আন্দোলনে ভাৰতবাসীলৈ যি স্বাধীনতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল, সেই স্বাধীনতা জাতি,বৰ্ণ,ধৰ্ম, লিংগ নিৰ্ৱিশেষে সকলোৰে বাবে সমভাৱৰ আছিলনে ? ব্ৰিটিছ শক্তিৰ পৰাক্ৰম ওফৰাই ভাৰতবাসীয়ে নিজকে এটা স্বাধীন জাতি বুলি পৰিচয় দিলে সচাঁ, কিন্তু তাৰ পাছতো সামাজিক অৱস্থানৰ কোনো সাল …

অধিক চাওক

গুঃ বিশ্ববিদ্যালয়ৰ ‘নাৰী অধ্যয়ন’ বিভাগৰ মূৰব্বী অধ্যাপক ড: পলী ভক্ লিনৰ সৈতে কথা-বাৰ্তা

গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰু গৱেষণাৰ বিষয় হিচাপে ‘নাৰী অধ্যয়ন’ বিভাগটো স্থাপনৰ আঁৰৰ কাহিনী আপোনাৰ পৰা জানিব বিচাৰিছো। বিভাগটো স্থাপনৰ আঁৰত কি কি কাৰক নিহিত হৈ আছিল ? কেতিয়া আৰু কেনেকৈ এনেধৰণৰ বিভাগ এটা স্থাপনৰ চিন্তা আৰম্ভ হৈছিল? বিভাগটোৰ প্ৰতিষ্ঠাত কোন কোন ব্যক্তি জড়িত হৈ আছিল? উত্তৰ: ‘নাৰী অধ্যয়ন’ বিভাগটো …

অধিক চাওক

ধৰ্ষণৰ সংখ্যা বাঢ়িছে কিয় ? ( অৰুণজ্যোতি দাস)

২০১৫ বৰ্ষৰ ২৩ মাৰ্চ তাৰিখে বিধানসভাৰ বাজেট অধি‌ৱেশনত বিধায়িকা গুল আখটাৰা বেগমৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হৈ তেতিয়াৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে সদনত যো‌ৱা দহবছৰত ৰাজ্যখনত হো‌ৱা নাৰী নিৰ্যাতনৰ ঘটনাসমূহৰ এক খতিয়ান দাঙি ধৰিছিল। উক্ত তথ্যমতে, ইং ২০০৫ বৰ্ষৰ পৰা ২০১৪ লৈকে বিগত দহ …

অধিক চাওক

মৌনতাৰ ওৰণিয়ে ঢাকি ৰখা যৌনতা বিপজ্জনক ( ময়ূৰ বৰা )

এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আমাৰ সমাজৰ অধিকাংশ মানুহেই সহজ হ’ব নোৱাৰে। কিবা এক লাজ, ভয়, অস্বস্তি আৰু ভণ্ডামিয়ে সন্মিলিতভাৱে এইক্ষেত্ৰত মানুহক আমনি কৰি থাকে। ৰাজহুৱা স্থানত তেনেবোৰ বিষয়ৰ ওপৰত সুস্থ আৰু যুক্তিসিদ্ধ আলোচনাৰ উদ্ভৱ হ’লে বহু লোকে মূৰ পোলোকা মৰাও দেখা যায়। ই অৱশ‍্যে বিষয়টোৰ প্ৰতি থকা তেওঁলোকৰ উদাসীনতাক …

অধিক চাওক

এখন নাৰীবিহীন সমাজৰ কথা ( নন্দিতা খাখলাৰী )

এগৰাকী মাতৃৰ প্ৰসৱ বেদনাৰ কাতৰ চিঞৰ। বাহিৰত ৰৈ আছে উদ্বিগ্ন স্বামী। সেই উদ্বিগ্নতাৰ ওৰ পেলাই কিছুসময় পিছত যেতিয়া এটি কণ্যা সন্তানৰ জন্ম হয়, গাঁওৰ প্ৰচলিত প্ৰথা অনুসৰি আপোন পিতৃয়ে তাইক গাখীৰত ডুবাই হত্যা কৰি পেলায়। প্ৰাৰ্থনা কৰে, যাতে অহাবছৰ এটি পুত্ৰ সন্তান জন্মে। ২০০৩ চনত মুক্তিপ্ৰাপ্ত আৰু শ্ৰী মণিষ ঝাৰ …

অধিক চাওক

শাৰীৰিক অৱয়ব আৰু সুস্থতা (চিত্ৰাংকিতা গায়ন )

সুস্থ সবল শৰীৰ এটা সকলোৱে বিচাৰে। এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ জন্ম দিয়ে। এই ধাৰণাত আমি সকলোৱে বিশ্বাস কৰো। কিন্তু সুস্থ শব্দটোৰ অৰ্থ উপলব্ধি কৰিবলৈ যাওঁতে আমি কৰবাত একঘেয়ামী হৈ ৰওঁ। কিয়নো শাৰীৰিক সুস্থতাৰ উমান বাহ্যিকভাবে সদায় পোৱা নাযায়। কোনো কোনো ক্ষেত্ৰত দেখা যায় যে একোজন হৃষ্ট পুষ্ট মানুহওঁ …

অধিক চাওক

নাৰীমুক্তি আন্দোলন আৰু নাৰীৰ পৰাধীনতা-এক ঐতিহাসিক বিশ্লেষণৰ প্ৰয়াস ( ৰূপজ্যোতি কোঁৱৰ )

“Too many women In too many countries Speak the same language Of silence” অনুসূয়া সেনগুপ্ত সময় যিমানেই আগুৱাই গৈছে, ওপৰৰ কবিতাফাকিৰ অৰ্থ সমগ্ৰ নাৰী জাতিৰ বাবে সিমানেই কৰুণ বাস্তৱ হৈ উঠিছে । সম্প্ৰতি সমগ্ৰ বিশ্বতে লিংগ বৈষম্য সমস্যাটোৱে জটিল ৰূপ ধাৰণ কৰিছে। লিংগ বৈষম্য সমস্যা সমাধান কৰি নাৰী অধিকাৰ সম্প্ৰসাৰণৰ …

অধিক চাওক

কাড়ৱা চৌথৰ অসম আগমন ( ড০ বৰ্ণালী বৰুৱা দাস )

“ওঁ মম ব্ৰতে তে হৃদয়ং দধাতু, মম চিত্তননু চিত্তং তেহস্তু”— মোৰ সেৱাত তোমাৰ হৃদয় দান কৰা, তোমাৰ চিত্তই মোৰ চিত্তক অনুসৰণ কৰক‌। এই মন্ত্ৰেৰে দীক্ষিত কৰাই বিয়া কৰি অনা নাৰীগৰাকীৰ পৰা সমাজে নি:চৰ্ত আনুগত্যই বিচাৰে‌। এই নি:চৰ্ত আনুগত্যক শাস্ত্ৰইও সমৰ্থন কৰে। সেয়েহে সকলো বৃহৎ প্ৰাতিষ্ঠানিক ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহত প্ৰত্যক্ষ বা পৰোক্ষভাবে …

অধিক চাওক