দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ধাৰাবাহিক (পৃষ্ঠা 3)

ধাৰাবাহিক

অসমীয়া ভাষা-সাহিত্যৰ ইটো-সিটো (এক) (ড° ছবি গগৈ)

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে থকা খেলি মেলি দূৰ কৰিবলৈ হ’লে তাৰ অন্তৰালত থকা কথা দুটামান জানিবই লাগিব । অতি চমুকৈ মনত ৰাখিবলগীয়া কথা কেইটা হ’ল ….. ১. চন্দ্ৰবিন্দু হ’ল এটা অনুনাসিক ধ্বনি অৰ্থাৎ আধা নাকেৰে উচ্চাৰিত হয়। ২. ঙ, ৎ, ঞ, ণ, ন, ম আৰু ং যেতিয়া লুপ্ত হয় ; তেতিয়া …

অধিক চাওক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

বৃহত্তৰ নাগালিমৰ দাবীদাৰ এনএছচিএন(আই এম) আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাই এক নতুন গতি লাভ কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছ৷ প্ৰাপ্ত খবৰ মতে, নগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজত থাকিয়েই সুকীয়া পতাকা আৰু পাৰপত্ৰ লাভ কৰিব৷ সকলো ঠিকেই থাকিলে অদূৰ ভৱিষ্যতে নগালেণ্ডবাসীয়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ পোৱাটো নিশ্চিত হৈ পৰিছে৷ …

অধিক চাওক