দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল (পৃষ্ঠা 5)

সমকাল

অপ্ৰতিম চিন্তাধৰ : ষ্টিফেন হকিং ৷৷ গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য৷৷

“There should be no boundaries to human endeavor. We are all different. However bad life may seem, there is always something you can do, and succeed at. while there’s life, there is hope.” – Stephen Hawking (My brief History). জগতত কিবা এটা ভাল কৰিবলৈ খোজা বা সম্ভাৱনীয়তাৰ নতুন পথ মুকলি …

অধিক চাওক

কেনেকৈ ধৰ্ষণকাৰী হয় এজন পুৰুষ? ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷

►ধৰ্ষণ কিয় সংঘটিত হয়? এটা বাক্যত ক’বলৈ হ’লে সামৰিক অভিযান, আথৰ্সামাজিক পৰিৱেশ, ক্ৰোধ, প্ৰতিশোধ, ক্ষমতা, বিকৃত যৌনতাৰ প্ৰতি আগ্ৰহ, যৌন সুখৰ প্ৰতি অধিক লালসা, মনোৰোগ, যৌন সম্পৰ্ক সম্বন্ধীয় নৈতিক মান, যৌন সম্পৰ্ক সম্বন্ধীয় কঠোৰ আইন, বিপৰীত লিংগৰ প্ৰতি থকা ভুল ধাৰণা, বিপৰীত লিংগৰ প্ৰতি বিৰূপ মনোভাৱ, বিপৰীত লিংগৰ পৰা গুৰুত্ব …

অধিক চাওক

ধৰ্ষণ আৰু বাগধাৰাৰ কচৰৎ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

শেহতীয়াকৈ সংঘটিত ধৰ্ষণৰ জঘন্য অপৰাধকেইটা অত্যন্ত মৰ্মান্তিক। প্ৰতিটো ঘটনাৰ নিকা আৰু খৰতকীয়া তদন্ত সুনিশ্চিত হ’ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে ৷ সাধাৰণভাৱে এনে অপৰাধ প্ৰৱণতাই পুৰুষৰ প্ৰভুত্ব, প্ৰভুত্ববাদী অতিশয্য, বঞ্চনাই জন্ম দিয়া অনৈতিক মানসিকতা আৰু সীমাহীন ভোগবাদৰ দৰে কাৰকৰ পৰা সাৰপানী পায়৷ পিছে, সম্প্ৰতি ধৰ্ষণৰ বিতৰ্কবোৰে সমাধানৰ দিশত …

অধিক চাওক

মুছলমান সমাজৰ সংকট : দুটামান কথা ৷৷ জিতেন বেজবৰুৱা৷৷

“সংখ্যালঘু কোনো সম্প্ৰদায়ৰ ভয়াৰ্ত মনটিৰ নুফুটা আৰ্তনাদ নিজেই প্ৰকাশ কৰি মিঠা যেন এটি নিৰাপত্তা হওঁ” – ভূপেন হাজৰিকাই প্ৰায় পাঁচটা দশকৰ পূৰ্বে এইবুলি গাইছিল। আজি গোৱা হ’লে হয়তো ৰাইজে তেওঁক পাকিস্তানলৈ পঠাবলৈ হুলস্থূল লগালেহেঁতেন। সংখ্যালঘুৰ সংকট আগতেও আছিল, আজিও আছে। কিন্তু আজি সেই সংকটৰ গুণগত পৰিবৰ্তন ঘটি চূড়ান্ত ভয়াৱহ ৰূপ …

অধিক চাওক

অসম মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণ চৰকাৰৰ এক ষড়যন্ত্ৰহে ৷৷ ৰত্না ভৰালী তালুকদাৰ৷৷

এজন উপাচাৰ্য নথকাৰ সুৰুঙা লৈ অসম চৰকাৰে আক্ৰোশমূলকভাৱে ২০১৩ চনত যোৰহাটত প্ৰতিষ্ঠা কৰা উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠান পৰ্যায়লৈ নমাই আনিব খুজিছে। দুবছৰ সম্পূৰ্ণ কৰিবলগীয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনে উন্নয়ন আৰু সু-শাসনৰ শ্ল’গানেৰে ক্ষমতালৈ অহাৰ পিছত এটাৰ পিছত এটাকৈ জনবিৰোধী কামেই কৰি গৈছে। ইয়াৰ আগতেও কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীসকলক বিতুষ্ট কৰি চৰকাৰখনে তেওঁলোকৰ মতৰ বিৰুদ্ধে …

অধিক চাওক

শিক্ষাৰ ব্যক্তিগতকৰণ আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগ৷৷ অংশুমান শৰ্মা

কালি দেশৰ ৬২ খন উচ্চ শিক্ষানুষ্ঠানক স্বায়ত্বশাসন দিয়াৰ নামত শিক্ষানুষ্ঠানেকইখনক ডিগ্ৰী বিক্ৰী কৰা দোকানত পৰিণত কৰাৰ ব্যৱস্থা কৰা হল। এই ঘটনাৰ সৈতে নিকট সম্পৰ্ক আছে অসমৰ মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰি দিব বিচৰা ঘটনাৰ সৈতে । স্বায়ত্ত্বশাসন শব্দটো শুনিবলৈ ভাল৷ পিছে, এতিয়া কি অৰ্থত কোৱা হৈছে সেয়াহে গুৰুত্বপূৰ্ণ। আপাত দৃষ্টিত স্বায়ত্ত্বশাসন …

অধিক চাওক

ষ্টিফেন হকিং আৰু কিছু চিন্তা ৷৷ ভৱেশ নাথ৷৷

যিসকলে ষ্টিফেন হকিঙৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে, হকিঙৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিক সঁচা অৰ্থত হৃদয়ংগম কৰিছে, হকিঙৰ দৰে বিশ্বখ্যাত বিজ্ঞানী এজনৰ দেহাৱসান আধুনিক বিজ্ঞান জগতৰ এক অপূৰণীয় ক্ষতি বুলি অনুভৱ কৰিছে, সেইসকলে হকিঙে “বিজ্ঞান আৰু ধৰ্ম”ৰ লগতে মহাবিশ্বৰ সৃষ্টি সম্পৰ্কত আগবঢ়াই থৈ যোৱা বক্তব্যকো সচা অৰ্থত হৃদয়ংগম কৰা উচিত। বিজ্ঞান …

অধিক চাওক

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা৷৷ জিতেন বেজবৰুৱা৷৷

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা য়ুভাল-ডেভিছ আদি) প্ৰসংগটো গুৰুত্বসহকাৰে আৰু বহল ৰূপত আলোচনা কৰিছে নিজা …

অধিক চাওক