দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল (পৃষ্ঠা 4)

সমকাল

দিল্লীত অসমীয়াৰ জীৱন-মৰণৰ শুনানি৷৷ শিৱজিৎ দত্ত৷৷

  বিশ্বৰ মঞ্চত জীয়াই থকাৰ যোগ্যতা অসমীয়া জাতিৰ আছেনে? ১৭ এপ্রিলত দিল্লীত অসমীয়া জাতিৰ বিনাশ বা বিকাশৰ চূড়ান্ত আখৰাৰ। কথাটোৱে অসম তোলপাৰ কৰিব লাগিছিল। সিদিনা পুৱাই অসমীয়া বাতৰিকাকতত দেখিলোঁ ৰঙালীৰ উছাহ’ক লৈ বিৰাট ডাঙৰ হেডলাইন। কিন্তু, হিন্দু বাংলাদেশীৰ নাগৰিকত্বক লৈ সিদিনা দিল্লীত হ’বলগীয়া যুটীয়া সংসদীয় সমিতিৰ শুনানি বিষয়ক খবৰ প্ৰকাশ …

অধিক চাওক

বৰ্ণবাদেৰে বিহুৰ সংঘাত ৷৷ টুনুজ্যোতি গগৈ৷৷

অসমৰ প্ৰচাৰ মাধ্যমত শেহতীয়াভাৱে ‘ব্ৰাহ্মণ্যবাদ’ শব্দটো সঘনাই উচ্চাৰিত আৰু উল্লেখিত হোৱাৰ ফলত সৰ্বসাধাৰণৰ মাজত এই শব্দটোক লৈ বিভিন্নধৰণৰ চৰ্চা পৰিলক্ষিত হৈছে৷ অজ্ঞতা আৰু অনুমানৰ ভেটিত হোৱা চৰ্চাবোৰ মূলতঃ এনেধৰণৰ –‘বিজেপি ক্ষমতালৈ আহিলে ব্ৰাহ্মণ্যবাদে অসমীয়া জাতিক ধ্বংসৰ গহ্বৰলৈ ঠেলি পঠিয়াব’, ‘আগতে অসমত ‘ব্ৰাহ্মণ্যবাদ’ বুলি কোনো শব্দই নাছিল, অখিল গগৈয়েহে এই শব্দটো …

অধিক চাওক

ভাৰতীয় গণতন্ত্ৰৰ দুৰ্দশা৷৷ কৌশিক তালুকদাৰ৷৷

ভাৰতত আৰএছএছৰ নীতি-আদৰ্শমতে পৰিচালিত বিজেপি দলে শাসনভাৰ হাতত লোৱাৰ পাছৰে পৰা গণতন্ত্ৰ তথা দেশৰ সংবিধানখনে নানা অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ৷ অলপতে ইকন’মিষ্ট ইন্টেলিজেন্স গোটৰ গণতন্ত্ৰ সূচাংকৰ সমীক্ষাত ভাৰতে ১০ৰ ভিতৰত ৭.২৩ পইন্ট লাভ কৰি ৪২তম স্থানলৈ অৱনমিত হৈছে ৷ এয়া বোধহয় ভাৰতে ২০০৬ চনৰ পৰা ২০১৭ চনৰ ভিতৰত …

অধিক চাওক

প্ৰাচীন ভাৰতত বিমান উৰিছিল নে? ৷৷ কৌশিক তালুকদাৰ৷৷

প্ৰাচীন ভাৰতত বিজ্ঞানৰ গৌৰৱোজ্জল ইতিহাস থকা কথাটো নুই কৰিব নোৱাৰি যদিও আধুনিক বিজ্ঞানৰ সকলো তত্ত্ব, ধাৰণা তথা আৱিষ্কাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰ বা বেদত বিদ্যমান বুলি মানি ল’ব নোৱাৰি ৷ প্ৰাচীন ভাৰতীয় সমাজত ৰসায়ন শাস্ত্ৰ, জ্যোতিৰ্বিজ্ঞান, গণিত, চিকিৎসা শাস্ত্ৰ, ধাতুবিদ্যা, চিভিল ইঞ্জিনিয়েৰিং ইত্যাদি পৃথিৱীৰ বহু দেশৰ সমসাময়িক সমাজৰ তুলনাত আগবঢ়া আছিল৷ …

অধিক চাওক

কাঠচিতীয়া কাঠুৱাক বুজিবৰ চেষ্টাৰে ৷৷ ঋতুৰাজ কলিতা৷৷

জম্মুৰ কাঠুৱা জিলাৰ ৰসনা গাঁৱত ঘটা নৃশংস হত্যা-ধৰ্ষণৰ ঘটনাটোক লৈ কাঠুৱা চহৰ তথা জিলাখনতে বহু সংখ্যক হিন্দু ৰাইজে অভিযুক্ত কেইজনক জম্মু-কাশ্মীৰ আৰক্ষীয়ে মিছাকৈ ষড়যন্ত্ৰমূলকভাৱে অভিযুক্ত কৰা বুলি দাবী কৰি যি তীব্ৰ আন্দোলন চলাই আছিল, সেয়া প্ৰত্যক্ষ কৰি আমি ভাৰতবাসীৰ লগতে আজি সমগ্ৰ বিশ্ব ঘৃণাত শিয়ঁৰি উঠিছে। কাঠুৱাৰ উকীল সংস্থায়ো আদালতত …

অধিক চাওক

বিহুনামত ভেদাভেদৰ বিপৰীতে সমন্বয় আৰু ঐক্য৷৷ ভবেশ নাথ৷৷

জাতীয় সংস্কৃতিৰ ৰূপ পোৱা, অসমৰ হিয়াৰ আমঠু , আমাৰ বাপতি সাহোন ‘বিহু’ এক কৃষিভিত্তিক উৎসৱ হ’লেও কেৱল মাত্ৰ কৃষিকেন্দ্ৰিক কথা-বতৰাতেই আমাৰ ‘বিহু’টো সীমাবদ্ধ হৈ থকা নাই। বিহুনামবোৰত প্ৰতিফলিত হোৱা সমাজ জীৱনৰ বিভিন্ন প্ৰতিচ্ছবিয়ে এই কথাৰেই ইংগিত দিয়ে। সেইবাবেই লোকসংস্কৃতিৰ গৱেষক, গণশিল্পী হেমাংগ বিশ্বাস দেৱে বিহু সম্পৰ্কত কৈছিল— “যি নাই বিহুগীতত, …

অধিক চাওক

ধৰ্ষণ আৰু তৎজনিত গণহত্যা : একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি৷৷ জিতেন বেজবৰুৱা৷৷

“ফ্লৰিডাত বলাৎকাৰী নিগ্ৰোক শূলত তুলি জ্বলাই হত্যা : বলাৎকাৰীজনক জে’লৰপৰা বলেৰে উলিয়াই অনা হ’ল, গণপ্ৰহাৰ কৰি শৰীৰ ছিন্ন-ভিন্ন কৰি পেলোৱা হ’ল, তাৰ পাছত উগ্ৰ প্ৰতিহিংসাৰে তাক জ্বলাই দিয়া হ’ল৷” “বলাৎকাৰী নিগ্ৰোজনক হাবিৰ মাজলৈ নিয়াৰ পাছত তেওঁৰ যৌনাংগটো কাটি পেলোৱা হ’ল৷ কটা যৌনাংগটো তেওঁক খুৱাই দিয়া হ’ল৷ তাৰ পাছত তেওঁৰ অণ্ডকোষ …

অধিক চাওক

জয়মতী সম্পৰ্কে কিছু কথা৷৷ জিতেন বেজবৰুৱা৷৷

এইটো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠিত সত্য যে জয়মতী চৰিত্ৰটো তথা জীৱন-কাহিনীটো সম্পৰ্কে পৰ্যাপ্ত ঐতিহাসিক সমলৰ অভাৱ। পুৰণি বুৰঞ্জীসমূহত চৰিত্ৰটোৰ কোনো উল্লেখ পোৱা নাযায়। এই সংক্ৰান্তত জে. এম. ফ’ষ্টাৰে কাশীনাথ তামুলীফুকনৰ বুৰঞ্জীখনৰ যিটো আৰম্ভণিৰ সংস্কৰণৰ কথা উল্লেখ কৰিছে সেইটোও পাবলৈ নাই। সেইবাবে চৰিত্ৰটো তথা তৎকেন্দ্ৰিক কাহিনীটোৱে সময়ে সময়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। (‘The …

অধিক চাওক