বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু অসম (পৃষ্ঠা 2)

সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু অসম

অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি: এক ঐতিহাসিক বিচাৰ ( সৌৰভ শইকীয়া )

খৃষ্ট্ৰীয় চতুৰ্থ শতিকামানৰ পৰাহে অসমৰ প্ৰামাণ্য ইতিহাস পোৱা যায়। তাৰ আগৰ ইতিহাস মানে মুখে মুখে চলি অহা আখ্যান। গতিকে আমাৰ আলোচনাৰ পৰিধিও চতুৰ্থ শতিকাৰ পৰাহে আৰম্ভ হ’ব। অসমীয়া সমাজ সদায় এখন শুদ্ধ অনাৰ্য সমাজ আছিল। সংস্কৃতকৰণ প্ৰক্ৰিয়া আৰু প্ৰাচীন অসম (কামৰূপ)ৰ ৰজাসকলে লোৱা “অগ্ৰহাৰ ভূমি দান” নীতিৰ ফলত অসমলৈ ব্ৰাহ্মণ্যবাদী …

অধিক চাওক

অসমৰ শিক্ষাক্ষেত্ৰত গেৰুৱাকৰণ ( নিৰুজ কুমাৰ ডেকা )

”আমি এনে এক ৰাষ্ট্ৰীয় শিক্ষা প্ৰণালীৰ বিকাশ সাধন কৰিব খোজো, যাৰ দ্বাৰা আমাৰ মাজত এক শ্ৰেণীৰ নতুন পুৰুষ গঢ় লৈ উঠিব, যিসকল হিন্দুত্বনিষ্ঠা আৰু ৰাষ্ট্ৰভক্তিত ওতঃপ্ৰোত ভাবে জড়িত হয় …. ” – ‘আমাৰ লক্ষ্য’ বুলি বিদ্যা ভাৰতীয়ে এনে কথাই প্ৰচাৰ কৰে। এই ক্ষেত্ৰত লক্ষণীয় দিশ দুটা হল- ১) ‘দেশপ্ৰেমৰ সলনি …

অধিক চাওক

হিন্দুত্বৰ গ্ৰাসত অসমীয়াত্ব ( কৌশিক তালুকদাৰ)

কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ হোৱাৰ পাছৰেপৰা ভাৰতবৰ্ষৰ সাহিত্য-সংস্কৃতি-শিক্ষা-বিজ্ঞান খণ্ডত চৰকাৰী পৃ্ষ্ঠপোষকতাত গেৰুৱা ৰং লগোৱাৰ জোৰদাৰ প্ৰচেষ্টা চলিছে বুলি প্ৰতিজন সচেতন ভাৰতীয়ৰ দৃষ্টিত স্পষ্টকৈ ধৰা পৰিছে৷ অসমৰ শাসনভাৰ যোৱা বছৰ বিজেপিৰ হাতলৈ যোৱাৰ ফলত অসমতো এই ‘গেৰুৱাকৰণ’ অভিযানটো তীব্ৰ গতিত আৰম্ভ হৈছে ৷ চৰকাৰী পৃষ্ঠপোষকতা লাভ কেতবোৰ অনা-অসমীয়া হিন্দুত্ববাদী সংগঠনৰ কেতবোৰ …

অধিক চাওক