চ’ৰাঘৰ / শিল্প / শিল্প দৰ্শন

শিল্প দৰ্শন

নিতুপৰ্ণ ৰাজবংশীৰ চেঙাতেল ৷৷ তিনি ৷৷

অধিক চাওক

নিতুপৰ্ণ ৰাজবংশীৰ চেঙাতেল ৷৷ দুই ৷৷

অধিক চাওক

চেঙাতেল ৷৷ পৰিকল্পনা : জিতেন বেজবৰুৱা, অংকন : পাৰ্থ বৰুৱা ৷৷

অধিক চাওক

শিল্পী ধ্রুৱ ডেকাৰ সোঁৱৰণত ॥ জ্ঞানেন্দ্ৰ বৰকাকতি ॥

যেন স্মৃতিৰ সাগৰত ডুবাই থৈ আঁতৰি গ’ল অন্তৰংগ বন্ধুজন৷ সত্তৰৰ দশকৰ মাজ ভাগতে শান্তি নিকেতনৰ পৰা গুৱাহাটীলৈ আহিয়েই প্ৰয়াত শিল্পী ৰাজেন হাজৰিকাৰ জৰিয়তে ধ্রুৱ ডেকাৰ সৈতে চিনাকি হৈছিলো জজ ফিল্ডত থকা স্বনামধন্য শিল্পী নীলপৱন বৰুৱা দাৰ আস্থান তথা অসম চাৰুকলা পৰিষদৰ সেই ঐতিহাসিক ঘৰটোৰ মজিয়াত। প্ৰথম সাক্ষাৎ আৰু পৰিচয় কালতে …

অধিক চাওক

সোঁৱৰণী বাটৰ খোজ : জোন (ধ্ৰুৱ ডেকা )ৰ সৈতে ( আমিনুল হক )

এজন সহ শিল্পী হিচাপে বন্ধু ধ্ৰুৱ ডেকাৰ লগত এক দীঘলীয়া স্মৃতি জড়িত হৈ আছে। এজন সুদৰ্শন যুৱক — মাৰ্জিত ব্যৱহাৰে মন আকৰ্ষণ কৰাই নহয়, তেওঁৰ সান্নিধ্যলৈ অহা সকলোকে মোহিত কৰিছিল। এক সৰল আন্তৰিকতাৰে ঘাত-প্ৰতিঘাতৰ সমস্যা সমাধান কৰিব পাৰিছিল। শৃংখল, চৌখিন, অতিথিপৰায়ণ তেওঁৰ ব্যক্তিত্বৰ পৰিলক্ষিত গুণ। তেওঁৰ কোনো উচ্চ অভিলাষ নাছিল। …

অধিক চাওক

নিতুপৰ্ণ ৰাজবংশীৰ চেঙাতেল

অধিক চাওক

অসমৰ শিল্পকলা চৰ্চাত স্থবিৰতা আৰু সম্ভাৱনা ( পল্লৱ শইকীয়া, ধৰ্মেন্দ্ৰ প্ৰসাদ )

অসমৰ শিল্পকলাৰ ক্ষেত্ৰখনৰ পয়াঁলগা অৱস্থা সৰ্ম্পকে বিশেষ আলোচনা দেখা নাযায়। নীলমণি ফুকন আদিৰ দৰে মাত্ৰ কেইজন মান আঙুলিৰ মূৰত লেখিব পৰা সমালোচকক বাদ দিলে পিঠি চপৰিওৱা প্ৰশংসাৰ বাদে অন্য একো দেখা নাই। শিল্পকলাৰ নামত ব্যৱসায়িক, ভীষণভাৱে পুঁজিবাদী Art piece-এ এতিয়া অসমৰ শিল্পকলাৰ পৰিচয় হৈছে। অসমৰ শিল্পকলাত অসমৰ শিল্পী, অসমৰ আৰ্ট কলেজৰ …

অধিক চাওক

বেণু মিশ্ৰ : কিছু স্মৃতিকথা, কিছু ছবিৰ কথা ( নীলমণি ফুকন )

যোৱা শতিকাৰ ষাঠিৰ আৰম্ভণিতে মহেন্দ্ৰ বৰা সম্পাদিত মণিদীপৰ সাংস্কৃতিকী শিতানত ছপা হোৱা ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ আধাৰত অঁকা, বেণু মিশ্ৰৰ ছবি-নিৰ্ঝৰেৰ স্বপ্নভংগ দেখি বিশেষভাৱে আনন্দিত হৈছিলোঁ। ভাবনা, ৰূপকল্পনা, অংকনদক্ষতা আৰু চিত্ৰভাষাৰ ফালৰপৰা ছবিখন সেই সময়ৰ অসমীয়া চিত্ৰকৰকেইজনৰ ছবিৰপৰা পৃথক, ব্যতিক্ৰমী, নতুন আছিল। ছবিখন তেওঁ বিশ্বভাৰতীৰ কলাভৱনৰ ছাত্ৰ হৈ থাকোঁতেই আঁকা। মিশ্ৰৰ …

অধিক চাওক