চ’ৰাঘৰ / বিষ্ণু প্ৰসাদ ৰাভা বিশেষ সংখ্যা (পৃষ্ঠা 3)

বিষ্ণু প্ৰসাদ ৰাভা বিশেষ সংখ্যা

ৰং আৰু ৰেখা, ছাঁ আৰু পোহৰত বিষ্ণু প্ৰসাদ ৰাভা

ছবিসমূহ ডাঙৰকৈ চাবলৈ ক্লিক কৰক…

অধিক চাওক

বিষ্ণু প্ৰসাদ ৰাভাৰ ৰাজনৈতিক দৰ্শন ( ইছমাইল হোছেইন )

বিষ্ণুপ্ৰসাদ ৰাভাই কলা, সাহিত্য, সংস্কৃতি চৰ্চা কৰাৰ উপৰি তেওঁ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এগৰাকী সক্ৰিয় ব্যক্তি আছিল। তেওঁ জীৱনৰ আদি স্তৰত প্ৰবল দেশপ্ৰেমৰ ভাবেৰে উদ্বুদ্ধ আছিল যদিও কোনো ধৰণৰ বিশেষ ৰাজনৈতিক দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হোৱা নাছিল। সেয়ে ৰাভাৰ জীৱনৰ সেইছোৱা কৰ্মৰ ভিত্তিত বহুতেই তেওঁক অকল কলাগুৰু হিচাপে মূল্যায়ন কৰিব খোজে। কিন্তু …

অধিক চাওক

ৰাভাৰ জীৱনীকাৰ তিলক দাসলৈ বিষ্ণু ৰাভাৰ চিঠি

19th Nov.1953 S.D. Gopal Ch. Boad P.O. Tezpur, Darrang. মৰমৰ তিলক, তোমালোকৰ তাত নিজৰ ঘৰৰ দৰে থাকি বৰ ভাল আৰু আপোন যেন লাগিল৷ তাৰ ফলত আমাৰ সম্বন্ধ ঘনিষ্ঠতৰ হ’ল৷ শ্ৰীমতীয়ে তাৰ পৰা আহি কেৱল তোমালোকৰেই কথা কৈ থাকে, বিশেষকৈ ৰাণু-বানুহঁতৰ কথা৷ কথাৰ অন্ত নাই৷… মোৰ বিষয়ে তুমি কিছু element আৰু …

অধিক চাওক

অসমৰ শিল্পী সৈনিকঃ বিষ্ণু প্রসাদ ৰাভা ( হেমাংগ বিশ্বাস )

অসমত এটা কথা আছে ‘জ্যোতিৰ জ্যোতি, ৰাভাৰ আভা’। জ্যোতিৰ জ্যোতি সম্পর্কে আগতেই কোৱা হৈছে। এইবাৰ ৰাভাৰ আভা’ সম্পর্কে কিছু ক’ম। ১৯৪৮-৫১ চনৰ কথা। এজন পলাতকক লৈ অসম চৰকাৰ ব্যতিব্যস্ত। তেওঁক ধৰি দিব পাৰিলে পুৰস্কাৰৰ টকাৰে এজন মানুহ নিশাটোৰ ভিতৰতে ধনী হৈ উঠিব পাৰে। গাঁৱে গাঁৱে ঘাইকৈ উপজাতি অধ্যুষিত অঞ্চলসমূহত পাইকাৰী …

অধিক চাওক

বিষ্ণুপ্ৰসাদ ৰাভাৰ নাট্য ক্ষেত্ৰত এভূমুকি ( প্ৰশান্ত কুমাৰ দাস )

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বিষ্ণুপ্ৰসাদ ৰাভাক নাট্যকাৰ ৰূপে বিশেষভাৱে জনা নাযায় যদিও নাট্যক্ষেত্ৰত তেখেতৰ অৱদান অনন্য। বিষ্ণুৰাভাই কেইবাখনো নাটক, নৃত্য-নাটিকা আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। এই নাটসমূহৰ প্ৰায়বিলাক নাটকেই সম্পূৰ্ণ নাছিল। তদুপৰি বহু নাটক প্ৰাৰম্ভিকভাৱে হাতেলিখা অৱস্থাতেই আছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ নাটসমূহ স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবেই হয়তো অসমীয়া নাট্য সাহিত্যত ৰূপকোঁৱৰৰ দৰে তেখেতে …

অধিক চাওক

মানুহ ( বিষ্ণু প্ৰসাদ ৰাভা )

আজিৰ পৃথিৱীত কিমান ধৰণৰ মানুহে যে বসতি কৰি আছে তাৰ সীমা সংখ্যা নাই৷ যদিও নৃতত্ত্ববিদসকলে সংখ্যা ৰাখিছে সেই সংখ্যা বহুত৷ পৃথিৱীৰ মানুহ বগা, ক’লা, হালধীয়া আৰু মাগুৰ বৰণীয়া [white, black, yellow and brown] এই চাৰি জাতিত ভাগ কৰা হৈছে৷ প্ৰাগ ঐতিহাসিক যুগত মানৱ জাতিৰ ঘাই কাম আছিল পৃথিৱীত ভিন ভিন …

অধিক চাওক

বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ বাটকটীয়া বিষ্ণু প্ৰসাদ ৰাভা ( প্ৰাঞ্জল দেউৰী )

বিষ্ণু প্ৰসাদ ৰাভা সম্পৰ্কত অসমৰ ইমূৰৰপৰা সিমূৰলৈ প্ৰতিখন গাঁৱতে বহু গুজব প্ৰচলন হৈ আছে। চলিত শতিকাৰ প্ৰথম দশকত আমাৰ অঞ্চলৰ প্ৰবীণ সাম্যবাদীৰ মুখত বিষ্ণু ৰাভা সম্পৰ্কে কিছুমান অতিকথা শুনিবলৈ পাইছিলো। আমি সেইবোৰৰ সকলোকে অতিকথা বুলি সাধাৰণীকৰণ কৰাটো উচিত নিশ্চয় হোৱা নাই। কিন্তু, আমি সেইবোৰ তথ্যনিৰ্ভৰ বুলি প্ৰমাণিত নোহোৱা পৰ্যন্ত অতিকথা বুলি …

অধিক চাওক

বিষ্ণুদালৈ ( হেমাংগ বিশ্বাস )

কাৰো মৃত্যু উৰি যোৱা গঙাচিলনীৰ সৰি পৰা পাখি।কাৰো মৃত্যু পৰ্বতৰ খহি পৰা চূড়া। ভূঁইকঁপে ভূটানৰ টিং বাগৰি বাগৰি আনে ভৰা লুইতেদি। চাপৰিত মূৰ্চ্ছিতা অসম। পাৰে পাৰে উচুপনি । তথাপিতো বোৱতী সুঁতিত ফেনে-ফোটকাৰে বয় যৌৱনৰ গীত মৃত্যুহীন প্ৰাণ। শোষিতৰ কলিজাৰ ৰঙা পোৱালেৰে গঁথা, আলোক-মিনাৰ চিৰ অনিৰ্বাণ জ্বলে ‘মুক্তি দেউল’ত। তাৰে খনিকৰ …

অধিক চাওক