দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / পৰ্যালোচনা (পৃষ্ঠা 3)

পৰ্যালোচনা

অতি সাম্প্ৰতিক কালৰ অসমীয়া ‘জনপ্ৰিয়’ গীত ( সীমা ভূঞা )

‘গীত’ শব্দৰ আভিধানিক অৰ্থ হৈছে গান বা সুৰ লগাই গোৱা পদ্য৷ ধ্বনি, ছন্দ, সুৰ-তাল-লয় আদি সাংগীতিক বৈশিষ্ট্যৰ লগত ব্যক্তিনিষ্ঠ অনুভৱৰ কলাত্মক প্ৰকাশ ঘটাব পৰাকৈ সাৰ্থক শব্দচয়নৰ সমাহাৰ ঘটিলে তাকে ‘গীতিসাহিত্য’ ৰূপে অভিহিত কৰিব পৰা যায়৷ আদিম অৱস্থাৰপৰা মানৱৰ মনত সুপ্ত হৈ থকা কল্পনাপ্ৰৱণতা আৰু আত্মপ্ৰকাশৰ আকাংক্ষাৰ তীব্ৰ তাড়নাই হয়তো গীতিসাহিত্যৰ …

অধিক চাওক

অতি সাম্প্ৰতিক অসমীয়া কবিতা ( অজিৎ কলিতা )

সাম্প্ৰতিক অসমীয়া কবিতাই ৰূপবস্তু, ভাববস্তু আৰু বিষয়বস্তু– তিনিওটা ক্ষেত্ৰতে বৈচিত্ৰ্য লাভ কৰি অসমীয়া সাহিত্য-ভড়ালক সমৃদ্ধিশালী কৰি তুলিছে৷ এই কথাখিনি বিচাৰ কৰি চাবলৈ আমি নগেন শইকীয়া, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, আনিচ উজ জামান, অনুভৱ তুলসী, জীৱন নৰহ, লুটফা হালুম চেলিমা বেগম, সমীন্দ্ৰ হুজুৰী আদি বিশিষ্ট কবিসকলৰ কেইটামান কবিতাক আধাৰ হিচাপে গ্ৰহণ …

অধিক চাওক