চ’ৰাঘৰ / ডেকা চাং

ডেকা চাং

আমি বিচৰা সময়বোৰ…( হিমাক্ষী বৰা )

মানুহবোৰ একেই..। চেহেৰাবোৰত খাঁজ খাই থকা মুখবোৰো চিনাকি। কণমাণিহঁতৰ একেই সলাজ চাৱনি। ‘তোলৈ লাজ কৰিছো মই’ বুলি দ্বিতীয় মানৰ ল’ৰাটোৱে কৈছে৷ কথাবোৰ সন্ধিয়া বাৰে বাৰে উজুতি খোৱা গাঁৱৰ ওখোৰা-মোখোৰা বাটটোৰ দৰে চিনাকি। চিনাকি আইতাজনীৰ মাতত কাৰ্বি জনগোষ্ঠীয় সুৰ। পঞ্চাশ চনৰ ৰং যোৱা স্কুলঘৰটোৰ ‘অ আ ক খ ৰ’ তালিকা দুখনৰ …

অধিক চাওক

ব্ৰাহ্মণ সংবাদ, নাৰী অধ্যয়ন আৰু ইয়াৰ গুৰুত্ব ( দিতিমণি গোস্বামী )

‘ব্ৰাহ্মণ’ বুলিলে সাধাৰণতে পূজা-পাতল কৰা মানুহৰ শ্ৰেণীকে বুজায়। এক কথাত ক’বলৈ গ’লে পুৰোহিত শ্ৰেণী। ইতিহাসৰ বিভিন্ন স্তৰত ব্ৰাহ্মণ বা বিপ্ৰ সম্পৰ্কে আখ্যান শুনিবলৈ বা পঢ়িবলৈ পোৱা যায়৷ কিন্তু, জাতিত উচ্চ বংশ বুলি পৰিচিত এগৰাকী ব্ৰাহ্মণ নাৰীৰ স্থান সমাজত কেনেকুৱা? ‘লাও যিমানে ডাঙৰ নহওক কিয়, সদায় পাতৰ তল’ বোলা কথাষাৰ ব্ৰাহ্মণ সমাজৰ নাৰীৰ …

অধিক চাওক

কাহিনীৰ কথকতা ( প্ৰতীক্ষা বৰা )

চহৰলৈ শীত আহিছে বুলি অনুভৱ কৰাৰ পাছৰ পৰাই সন্ধিয়া পৰত বাহিৰলৈ ওলাই যোৱাটো এটা অভ‍্যাসত পৰিণত হ’ল। কাম বন বিশেষ নাথাকেই, পৰীক্ষাৰ আগদিনা ভাটৌ পঢ়ন দি পিছদিনা পৰীক্ষা বহীত বমি কৰা মানুহ মই। ভালো নাপাওঁ নিয়মমাফিক পঢ়া-শুনা। নিজ ইচ্ছাৰ বিৰুদ্ধে কোনো শক্তিয়ে মোক জোৰ কৰি কামত খটুৱাব নোৱাৰে বুলি চিনাকি …

অধিক চাওক

নীহাৰিকা (সংগীতা বৰা)

(পাতনিতে… “যিকোনো বাতৰিকাকতৰেই এটা অতিকৈ চিনাকি বিজ্ঞাপন হ’ল ‘পদখালী/ আৱশ্যক/ পোনপটীয়া নিযুক্তি ‘। লোভনীয় সা-সুবিধাৰে পৰিপূৰ্ণ এই চাকৰিৰ বিজ্ঞাপনবোৰ পঢ়ি এনে লাগে যেন কৰ্মসংস্থাপন তেনেই সুলভ বিষয় । নিবনুৱা সমস্যাকেই যেন নুই কৰি দিব খোজে সেই লোভনীয় বিজ্ঞাপনবোৰে ! কিন্তু কিমানে জানে যে তেনে এক বিজ্ঞাপনক কেন্দ্ৰ কৰি তাৰ পৰিসীমাৰ …

অধিক চাওক

গণ আন্দোলন আৰু কৰ্ম সংস্কৃতি ( হিমাক্ষী বৰা )

অহিংস আৰু অসহযোগ নীতিৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলেও স্বজাতিৰ স্বৰাজ লাভৰ আন্দোলন আৰু তাৰ হিংসাত্মক প্ৰভাৱে অহিংস ধাৰণাক সম্পূৰ্ণৰূপে ধূসৰ কৰি পেলাইছিল। অহিংস নীতিৰ মূল উদ্দেশ্যেই হৈছে স্বভাৱসুলভ লালসাক প্ৰতিৰোধ কৰি শান্তিকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। এই লালসা সমূহৰ নিয়ন্ত্ৰণৰ অবিহনে শান্তি ,প্ৰগতি অথবা নিৰাপত্তা অসম্ভৱ। হিংসা, দুৰ্নীতি, লুণ্ঠন, ভ্ৰষ্টাচাৰৰ লগতে …

অধিক চাওক

ভূপেন হাজৰিকাৰ গীতত সম্প্ৰীতিৰ বোল ( হেমাংগ বৰা)

সাগৰৰ দৰে সুগভীৰ, আকাশৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰী জীৱন যুঁজৰ অক্লান্ত ৰণুৱা ড° ভূপেন হাজৰিকা কেৱল অসমীয়া জাতিটোৰ বাবেই নহয় ; অসমৰ সংগীত জগতখনৰ বাবেও এক প্ৰকৃত মহাৰথী। সুৰুযৰ উপস্থিতিত বিশ্ব চৰাচৰ উদ্ভাসি উঠাৰ দৰেই এইগৰাকী সুৰ – সাধকৰ উপস্থিতিত অসম উজলি আছিল। লুইতৰ পাৰৰ শিল্পীজনৰ খ্যাতি বিয়পি পৰিছিল টেমছৰপৰা …

অধিক চাওক