চ’ৰাঘৰ / ক্ৰীড়াংগন

ক্ৰীড়াংগন

ফিফা বিশ্বকাপ আৰু ‘খেলুৱৈসুলভ মনোবৃত্তি’৷৷ মনোৰম গগৈ৷৷

সময়-সুবিধা মিলাই এইবাৰৰ ফিফা বিশ্বকাপৰ প্ৰায়বোৰ খেলেই চাইছোঁ। খেলবোৰ চাই থকাৰ সময়ত আমাৰ দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন নকৰাৰ কথাটোৱে মনত দুখ দি থাকে যদিও প্ৰায়বোৰ খেল চাই আনন্দ পোৱাৰ লগতে নতুন ভাৱ কিছুমানেও ধৰা দিছেহি। সংবাদ-মাধ্যমৰ যোগেদি এই প্ৰতিযোগিতাৰ ‘ষ্টাৰ’ খেলুৱৈবোৰৰ বিষয়ে কিছু কথা জানিছোঁ । অন্যান্য …

অধিক চাওক

অসম আৰু অসমৰ ক্ৰীড়া : এটি অৱলোকন৷৷ সুমন্ত কাকতি৷৷

অসমীয়া হিচাপে অন্তিমবাৰৰ বাবে সকলোৱে গৌৰৱ কৰি উলাহত ফাটি পৰাৰ অন্তিমটো সুযোগ আহিছিল অসমে ২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়াত ফুটবলত স্বৰ্ণ পদক পোৱাৰ ক্ষণত, এইটো সুযোগ বাৰে বাৰে অসমবাসী ৰাইজৰ বাবে আহিলে আনন্দৰ সীমা নাথাকিলেহেঁতেন৷ মুলসুঁতিৰ ভাৰতীয়ৰ তুচ্ছ্- তাচ্ছিল্যৰ প্ৰতি এইবিধ হ’লহেঁতেন আমাৰ শানিত অস্ত্ৰ ! ফাইনেলতকৈয়ো ভাল লাগিছিল যেতিয়া অসমে …

অধিক চাওক

পুনৰুজ্জীৱিত ভাৰতীয় হকী ( দিগন্ত চহৰীয়া )

ৰিঅ অলিম্পিকৰ আগৰ কথা । প্ৰাক্তন হকী খেলুৱৈ বিৰেন ৰাজকুনহাই এক তাৎপৰ্য পূৰ্ণ মন্তব্য কৰিছিল। তেওঁৰ মতে ভাৰতৰ পুৰুষ দলটোৱে ক্ৰীড়াশৈলী আৰু ৰণনীতিৰ ক্ষেত্ৰত প্ৰভূত উত্তৰণ ঘটালেও ৰিঅ অলিম্পিকত আশাব্যঞ্জক প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিব। হয়ো। ৰাজকুনহাৰ মন্তব্য সঁচা প্ৰমাণিত হল। ৰিঅ অলিম্পিকত ভাৰতে প্ৰত্যাশা অনুসৰি প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে। একেদৰে …

অধিক চাওক