দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ইত্যাদি (পৃষ্ঠা 3)

ইত্যাদি

শব্দচেতনা ( ডঃ ছবি গগৈ)

শব্দ এক সভ্যতা। শব্দ বাংময় বিশ্বৰ অভিজ্ঞান। কি এই শব্দ ? শব্দই ব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্ম কি ? বাক সৃষ্টিৰ উৎসশক্তিয়েই হ’ল ব্ৰহ্ম। হিন্দু অধ্যাত্ম-দৰ্শনৰ মতে বেদৰ পিতৃ ব্ৰহ্মাই পৃথিৱীৰ প্ৰথম শব্দ “ঔম্” সৃষ্টি কৰিছিল । এই ঔমৰ পৰাই সমগ্ৰ বাক সভ্যতা সৃষ্টি হৈছে । পৃথিৱীৰ প্ৰাচীন সভ্যতা যদি …

অধিক চাওক

মাঘ বিহু আৰু কিছু বিক্ষিপ্ত চিন্তা ( ডঃ ছবি গগৈ )

শৈশৱৰ স্মৃতিঃ মাঘ বিহু বুলি ক’লেই শৈশৱলৈ মনত পৰে৷ ভেলাঘৰ, ভোজ, মেজি আৰু সহজ ধেমালি – এইকেইটা পৰম্পৰাৰ মধুৰ স্মৃতিয়ে মনটো দোলা দি যায় ৷ পুহৰ শেষৰ দিনটোত ভোজ খোৱা আৰু ভোজ খাই ৰাতিলৈ নঙলা-জপনা , ঢেঁকী , নাদৰ পানীতোলা টিং আদি এঘৰৰপৰা নি আন এঘৰত থোৱা সহজ ধেমালি , …

অধিক চাওক

ঐতিহাসিক পটভূমিত কছাৰী সকল ( জিতুল ৰাজ সোনোৱাল )

অসমৰ ইতিহাসৰ গতিধাৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম ইতিহাসক আদি বা প্ৰাচীন, মধ্য আৰু আধুনিক– এই তিনিটা যুগত ভাগ কৰা হৈছে। ব্ৰক্ষ্মপুত্ৰ উপত্যকাত সভ্যতাই গঢ় লোৱা দিন ধৰি এই অঞ্চললৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। এই অঞ্চলৰ ভাষাগত বৈশিষ্ট্য, বিভিন্ন পৰম্পৰা, ৰীতি-নীতি, ঠাইৰ নাম আদি পৰা ক’ব পাৰি যে অষ্ট্ৰিক ভাষা গোষ্ঠীৰ …

অধিক চাওক

বনভোজৰ আনন্দ ( আইলুং লাহন বৰা )

হেমন্তৰ সেমেকা কুঁৱলিৰ আচ্ছাদনৰ আঁৰেৰে লাহে লাহে ধৰালৈ নামি আহিছে শীত৷ শীত এক উন্মনা পৰশ – নিজা বৈশিষ্ট্যৰ স্বকীয়তাৰে ভৰুণ শীতৰ আগমনৰ লগে লগে আৰম্ভ হয় এটা বছৰক বিদায় দি আন এটা বছৰক আদৰাৰ প্ৰস্তুতি৷ ডিচেম্বৰ-জানুৱাৰী মাহৰ সময়খিনিত সকলোৱে হেঁপাহ কৰে বনভোজলৈ যাবলৈ৷ দৈনন্দিন জীৱনৰ বিৰতিহীন লৰা-ঢপৰাৰ মাজত মানুহবোৰ ভাগৰুৱা হৈ …

অধিক চাওক

অসমীয়াৰ পৰিৱৰ্তে কেৱল মুছলমান সজাই ৰাখিলে কোনে ?

মাইন উদ্দিন : কেইমাহ মাহমান পূর্বে ফেইচবুকত ভ্ৰাতৃসম বন্ধু এজনে ইনবক্সত লিখিছিল – ” আপুনি খুবেই ভাল লিখে , অসম আৰু অসমীয়া লৈ আপোনাৰ চিন্তাই যথেষ্ট প্ৰভাৱ পেলাব, কিন্তু এটা কথা নকৈ নোৱাৰিলোঁ যে আপুনি কথা বিলাক এজন মুছলমান হিচাবে কিয় লিখে ? এজন অসমীয়া হিচাবে লিখিব নোৱাৰে নে ?”  ইয়াৰ …

অধিক চাওক

দেৱালী বাম্পাৰ ( ডঃ ছবি গগৈ )

এইবাৰ জলকীয়া আৰু ভেন্দি এতিয়ালৈকে কিনা নাই । অহাবছৰলৈ হালধিও নিকিনাকৈ হ’ব। আৰু কি কি নিকিনাকৈ থাকিব পাৰোঁ চাওঁ। সৰিয়হ সিঁচিম, বোলোঁ অলপ হ’লেও খাটি তেল খাওঁ। ভাবিছোঁ শাককেইডাল নিকিনাকৈয়ে বাৰীৰে খাওঁ । এলেহুৱা হৈ বেপাৰীক নিদিওঁ দাম । পথাৰত ধৰি আনি বেচা পুথি-খলিহনাকে খাম, গাঁৱৰ দদাইৰ পৰিয়ালটোক তেনেকৈয়ে চাম …

অধিক চাওক

গুৱাহাটী লিটাৰেৰী ফেক্টৰিঃ ৰূপান্তৰৰ যাত্ৰা ( পঞ্চানন হাজৰিকা)

গুৱাহাটী লিটাৰেৰী ফেক্টৰি— নতুন প্ৰজন্মৰ কেইজনমান উদ্যমী প্ৰতিনিধিয়ে গঢ় দিয়া এটা বৌদ্ধিক-সামাজিক অনুষ্ঠান।নতুনৰ যুক্তিবাদী চিন্তাবোৰ একেলগ কৰাৰ এখন উমৈহতীয়া মঞ্চৰ সন্ধান আৰু এটা সৃজনীশীল পৰিৱেশ নিৰ্মাণৰ লক্ষ্যৰে গুৱাহাটী লিটাৰেৰী ফেক্টৰিয়ে খুউব অনানুষ্ঠানিক ভাবে নিজৰ কাম-কাজ আগবঢ়াই নিছে। লিটাৰেৰী ফেক্টৰিয়ে বিশ্বাস কৰে যে আড্ডাই সৃষ্টিশীলতাৰ বিকাশ কৰে, আড্ডাই মানুহৰ মাজৰ পাৰস্পৰিক …

অধিক চাওক