দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / ছৈ দিয়া শব্দ ( ছবি গগৈ)

ছৈ দিয়া শব্দ ( ছবি গগৈ)

নঙলা খোলাৰ মাত এটাই
বাৰে বাৰে বাধা দি আছে
অহ ! এতিয়াহে বুজিছোঁ
গুচি যোৱা ঋতুবোৰ
কিয় কেনেকৈ পুনৰ উভতি আহে

ঘাটটো এৰি নৈখন গৈ আছে
উৰুলি এটা বাজি আছে
হালধীয়া জোনৰ আগে পাছে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে