চ’ৰাঘৰ / কথাশিল্প / ফুলৰ আত্ম-কথন৷৷ অনুপমা দত্ত শইকীয়া৷৷

ফুলৰ আত্ম-কথন৷৷ অনুপমা দত্ত শইকীয়া৷৷

মোৰ ফালে তুমি চোৱাঁ বা নোচোৱাঁ
মোৰ ঘ্ৰাণ তুমি লোৱাঁ বা নোলোৱাঁ

মোৰ একো নাহে নাযায়…

মই মাথোঁ জানো ,
ফুল যিহেতু মোৰ নাম
ফুলি মৰহি শুকাই সৰিও

ন-কৈ হাঁহি মাৰি
ফুলি উঠাই মোৰ কাম …

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে