মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক৷৷ যোজনা পাঠক৷৷

ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক৷৷ যোজনা পাঠক৷৷

ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক!

কোনোকালে বিশেষ নোহোৱা
অপ্ৰত্যাশিত শেলে সী নিয়া অস্থিৰতাৰ আলি কেঁকুৰিকেইটা
হওকেই বা শোক সৰাৰ আখৰাথলী
হাৰি হাৰি পতিয়ন নোযোৱা সেমেকা ৰাতি
তথাপিও
আমি জী থাকোঁ

ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে