চ’ৰাঘৰ / কথাশিল্প / স্মৃতি (নিপজ্যোতি ডেকা)

স্মৃতি (নিপজ্যোতি ডেকা)

স্মৃতিবোৰো যেন পখিলাৰ পাখি
ডেও দি দি আহে উৰি
পাখিত লৈ আহে
তেওঁৰ মোৰ
বহুত গধূলি।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে